বিজনীত নকল সোণৰ বিনিময়ত বেংকৰ পৰা ঋণ ল’বলৈ আহি গ্ৰেপ্তাৰ প্ৰবঞ্চক
নিউজ ডেস্ক, ২৯ মাৰ্চঃ বিজনীত নকল সোণৰ গহনাসহ এজন লোকক গ্ৰেপ্তাৰ। লোকজনে AXIS BANK ৰ বিজনী শাখাত নকল সোণৰ গহনাৰে GOLD লোণ ল’বলৈ আহিছিল। পিছে লোণ লবলৈ আহি হাতে-লোটে ধৰা পৰি ৰঙা ঘৰৰ আলহী হ'ল লোকজন।
প্ৰৱঞ্চকজন ধেমাজিৰ নিৱাসী মনোজিৎ কৰ্মকাৰ!-->!-->!-->…
Read More...
Read More...