DUৰ পিছত এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড
নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং। ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন হোষ্টেলৰ আৱাসীক। বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলৰ এগৰাকী আৱাসীক নিৰ্যাতন।
জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হজৰত আলী বৰ্তমান!-->!-->!-->…
Read More...
Read More...