Daily Time Axom
Browsing Tag

Get Bail

উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে বিধায়ক অখিল গগৈৰ

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অখিল গগৈৰ জামিন।NIAৰ গোচৰত বিধায়ক অখিল গগৈৰ জামিন লাভ। উচ্চতম ন্যায়ালয়ে অখিল গগৈক প্ৰদান কৰিলে জামিন। ‘কা’ আন্দোলনত হিংসাত্মক ঘটনা সংক্ৰান্তত NIAই ৰুজু কৰিছিল গোচৰ। NIAক গোচৰ চলাবলৈ
Read More...

আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ৰাকেশ পাল

নিউজ ডেস্ক, ২৮ মাৰ্চঃ আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ৰাকেশ পাল। দুৰ্নীতিৰ মূল অভিযুক্ত ৰাকেশ পালক হাজিৰ কৰা হৈছে আদালতত। গুৱাহাটী বিশেষ ন্যায়াধীশ আদালতত হাজিৰ APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল। জামিনৰ প্ৰক্ৰিয়া শেষ হ'লেই ৬ বছৰ ৪ মাহৰ
Read More...