Daily Time Axom
Browsing Tag

GMC

দুদিনৰ বাবে মহানগৰীত বন্ধ থাকিব পানী যোগানঃ GMCৰ ঘোষণা

নিউজ ডেস্ক, ১ চেপ্তেম্বৰঃ দুদিনৰ বাবে মহানগৰীত বন্ধ থাকিব পানী যোগান। দুদিনৰ বাবে মহানগৰীৰ কেইবাটাও প্ৰান্তত বন্ধ থাকিব পানী যোগান। পাইপ মেৰামতিৰ বাবে পানী যোগান বন্ধৰ ঘোষণা GMCৰ। GMCএ এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে, গুৱাহাটী পৌৰ নিগমৰ
Read More...

উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও ফ্লাইঅভাৰত অঘটন

নিউজ ডেস্ক, ৩১ আগষ্টঃ উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও ফ্লাইঅভাৰত অঘটন।বৃহস্পতিবাৰে পুৱা এই দুৰ্ঘটনা সংঘটিত হয়।এখন ট্ৰাকে মহটিয়ালে GMCৰ চাফাইকৰ্মীৰ ঠেলা। ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় এগৰাকী চাফাইকৰ্মী। আৰক্ষীয়ে জব্দ কৰিছে
Read More...

মহানগৰীত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি

নিউজ ডেস্ক, ১২ জুনঃ মহানগৰীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছে অঞ্চলটো। পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী। তীব্ৰবেগত পাইপৰ পানী নিৰ্গত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সমীপৰ
Read More...

খাৰঘূলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁৱত, জলমগ্ন হৈ পৰিল মালিগাঁও চাৰিআলি

নিউজ ডেস্ক, ২৯ মে'- খাৰঘূলিৰ পাছত এইবাৰ পানীৰ পাইপ ফুটিল মালিগাঁৱত। নিমিষতেই জলমগ্ন হৈ পৰিল মালিগাঁও চাৰিআলি। জালুকবাৰীৰ নিৰ্মীয়মান উৰণ সেঁতুৰ তলত এই ঘটনা সংঘটিত হয়। ফলত বহু সময় ধৰি সৃষ্টি হয় তীব্ৰ যানজঁটৰ। উল্লেখ্য যে, ২৫ মে'ত
Read More...

GMCৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰাৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ অভিযান, অভিযানত জব্দ নগদ ধন, পিষ্টল,…

নিউজ ডেস্ক, ২৩ মাৰ্চঃ GMCৰ মুখ্য অভিযন্তা ইন্দ্ৰজিত বৰাৰ ভেটাপাৰাৰ ঘৰতো চলোৱা হয় অভিযান। দুৰ্নীতি নিবাৰক শাখা কাৰ্যালয়লৈ ইন্দ্ৰজিৎ বৰাক লৈ যোৱাৰ লগতে ঘৰত তালাচী চলাই শাখাটোৱে। অভিযানত জব্দ কৰা হয় ৬ লাখৰো অধিক টকা, টকা গণনা কৰা মেচিন,
Read More...

আজিৰে পৰা বাহিনী নৈৰ ওপৰত থকা ২৬খন দলং ভাঙিব গুৱাহাটী পৌৰ নিগমে

নিউজ ডেস্ক, ১১ মাৰ্চঃ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাৰিষাৰ পূৰ্বেই সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা মুঠ ২৬ খনকৈ দলং ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। এই দলংসমূহে বাহিনী নৈৰ পানী ভেটা দি
Read More...

গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ, টুইটযোগে জনালে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় ২০ৰ পৰা ২০০ পৰ্যন্ত দৈনিক AQI ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৩ জানুৱাৰীত AQI ৭৬ আছিল। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ১৩ জানুৱাৰীত AQI ২৭৩লৈ বৃদ্ধি
Read More...

মহানগৰীত মটৰচালিত ৰিক্সা বন্ধ কৰাৰ নিৰ্দেশ GMCৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰঃ মহানগৰীত মটৰচালিত ৰিক্সা বন্ধ কৰাৰ নিৰ্দেশ GMCৰ। গুৱাহাটী পৌৰ নিগমে বাধা আৰোপ কৰিছে মটৰ সংযুক্ত ৰিক্সা চলাচলত। পৌৰ নিগমে মটৰ চালিত ৰিক্সাৰ চালক, মালিকক মটৰ সংযোগ বিচ্চিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা দিছে। এসপ্তাহৰ
Read More...

GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৩ ডিচেম্বৰঃ GMC বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত মিঠু আগৰৱালক গ্ৰেপ্তাৰ৷পলাতক আছিল ঠিকাদাৰ মিঠু আগৰৱাল৷ বিহাৰৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আগৰৱালাক৷ আজি তেওঁক বিহাৰৰ চুপল জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা
Read More...

পুনৰ সাধাৰণ জনতাৰ ওপৰত মাধমাৰ, মহানগৰীত বৃদ্ধি পাব চাইকেল-ৰিক্সাৰ কৰ

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ জনতাক আন এক মাধমাৰ চৰকাৰৰ। মহানগৰীত চাইকেল-ৰিক্সাৰ কৰ বৃদ্ধি । শীঘ্ৰে GMCয়ে সংগ্ৰহ কৰিব বৰ্ধিত কৰ। প্ৰতিখন চাইকেলৰ বাবদ গৰাকীয়ে দিব লাগিব ১০ৰ পৰা ৪০ টকা কৰ। প্ৰতিখন ৰিক্সাৰ বাবদ ৭০ টকাকৈ কৰ সংগ্ৰহ কৰিব GMCয়ে।
Read More...