Daily Time Axom
Browsing Tag

GMCH

বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ মৃত্যুৰ ঘটনাৰ অন্য মোৰ, সময়মতে ৰক্ত নোপোৱাৰ বাবে মৃত্যুৰ অভিযোগ

নিউজ ডেস্ক, ১৮ আগষ্টঃ বিশিষ্ট শিক্ষাবিদ দেৱেন দত্তৰ মৃত্যুৰ ঘটনাৰ অন্য মোৰ৷ সময়মতে ৰক্ত নোপোৱাৰ বাবে মৃত্যুৰ অভিযোগ৷ এবটল তেজৰ অভাৱত দেৱেন দত্তৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে তেওঁৰ কেয়াৰ টেকাৰে। দেৱেন দত্তৰ কেয়াৰ টেকাৰগৰাকীয়ে জানিবলৈ দিয়া
Read More...

গুৱাহাটীত পুনৰ চিলনী চোৰলৈ আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৯ আগষ্টঃ গুৱাহাটীত পুনৰ গুলীচালনা। নাৰেংগীত এইবাৰ চিলনী চোৰলৈ আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ হয় আমীৰ আলী নামৰ চোৰটো। আহত আমিৰক ইতিমধ্যে ভৰ্তি কৰা হৈছে জি এম চি এইছত। উল্লেখ্য যে, মাজনিশা নাৰেংগীত সংঘটিত হৈছে এই গুলীচালনাৰ
Read More...

ৰাজ্যত পুনৰ চিলনী চোৰক এনকাউণ্টাৰ

নিউজ ডেস্ক, ৭ আগষ্টঃ মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। চন্দ্ৰপুৰত পল্টন বজাৰ আৰক্ষীৰ গুলীত আহত চিলনী চোৰ।চিলনী চোৰটোৰ নাম অৰ্জুন সাহা। মহিলাৰ চেইন টানি চুৰি কৰিছিল অৰ্জুন সাহাই।বাঁও ভৰিত গুলী লাগিছে চিলনী চোৰটোৰ। সম্প্ৰতি GMCHত ভৰ্তি
Read More...

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ হ’ল ড্ৰাগছ মাফিয়া মফিজুল

নিউজ ডেস্ক, ১২ জুলাইঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰ।মৰিগাঁৱত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী। ধৰমতুলৰ বৰবৰিত গুলীবিদ্ধ হ'ল ড্ৰাগছ মাফিয়া মফিজুল। অধিক ড্ৰাগছৰ লগতে আন ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত মফিজুলক লৈ আৰক্ষীয়ে অভিযান চলাইছিল। আৰক্ষীয়ে ড্ৰাগছৰ
Read More...

অসমত প্ৰথমজন H3N2 ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত

নিউজ ডেস্ক, ১৬ মাৰ্চঃ ক'ৰণা ভাইৰাছৰ পিছত আকৌ এক নতুন ভাইৰাছ। এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়াৰে পৰা সাৱধানতা অৱলম্বন কৰা হৈছে। ইয়াৰ মাজতে অসমতো ওলাইছে এই ভাইৰাছত আক্ৰান্ত ৰোগী। বুধবাৰে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতালৰ
Read More...

কামৰূপ মহানগৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা, ভাঙি পেলোৱা হ’ব বাহিনী নৈৰ ওপৰত থকা ৮৯ খন দলং

নিউজ ডেস্ক, ৭ মাৰ্চঃ গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে GMC আৰু মহানগৰ জিলা প্ৰশাসনে মুঠ ৮৯ খন দলং ভাঙিব। গুৱাহাটী পৌৰ নিগমে গুৱাহাটী মহানগৰৰ কৃত্ৰিম বানৰ সমস্যা দূৰ কৰাৰ বাবে চলোৱা অনুসন্ধানৰ প্ৰতিবেদনত উল্লেখ কৰা মতে বাহিনী নৈৰ
Read More...

শাৰীৰিক পৰীক্ষাৰ বাবে GMCHলৈ অনা হৈছে বন্দনা কলিতাসহ অৰূপ ডেকা, ধনটি কলিতাক

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ তদন্ত অব্যাহত আছে। আজি পুৱাই এই ঘটনাৰ খলনায়িকা বন্দনা কলিতাক পাণবজাৰ থানাৰ পৰা লৈ অহা হৈছে GMCHলৈ। লগতে অনা হৈছে দুই সহযোগী অৰূপ দাস আৰু ধনটি ডেকাকো। জানিব পৰা মতে, তদন্তৰ খাটিৰত
Read More...

গোসাইগাঁৱত এচিড আক্ৰমণৰ ঘটনা, অধিবক্তালৈ এচিড নিক্ষেপ কৰে দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰীঃ গোঁসাইগাঁৱৰ জ্যেষ্ঠ অধিবক্তাক দুৰ্বৃত্তৰ আক্ৰমণ। নিজ গৃহত সোমাই হত্যাৰ প্ৰচেষ্টা দুৰ্বৃত্তৰ দলৰ। ভুক্তভোগী গোঁসাইগাঁও উকীল সন্থাৰ জ্যেষ্ঠ অধিবক্তা তথা গোঁসাইগাঁও মহকুমাৰ অন্তৰ্গত পদ্মবিলৰ নিবাসী আব্দুছ ছামাদ
Read More...

গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ, টুইটযোগে জনালে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই

নিউজ ডেস্ক, ৬ ফেব্ৰুৱাৰীঃ গুৱাহাটীত উদ্বেগজনক হাৰত বৃদ্ধি বায়ু প্ৰদূষণ ৷ বিগত বৰ্ষৰ তুলনাত চলিত বছৰত প্ৰায় ২০ৰ পৰা ২০০ পৰ্যন্ত দৈনিক AQI ৷ তথ্য অনুসৰি ২০২২ চনৰ ১৩ জানুৱাৰীত AQI ৭৬ আছিল। ইয়াৰ বিপৰীতে ২০২৩ চনৰ ১৩ জানুৱাৰীত AQI ২৭৩লৈ বৃদ্ধি
Read More...

জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ শেষনিশ্বাস

নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ কাব্যঋষি নীলমণি ফুকন আৰু নাই। শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্ষীয়ান কবিগৰাকী। দিনৰ ১১.৫৫ বজাত কাব্যঋষি নীলমণি ফুকনৰ মহাপ্ৰয়াণ। GMCHৰ ভেণ্টিলেচনত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ। জনালে GMCHৰ অধ্যক্ষ
Read More...