গুৰুতৰভাৱে অসুস্থ কবি নীলমণি ফুকন, GMCH লৈ স্থানান্তৰ কবি গৰাকীক
নিউজ ডেস্ক, ১৯ জানুৱাৰীঃ কবি নীলমণি ফুকন দেৱ বুধবাৰৰ বিয়লিৰে পৰা অসুস্থ হৈ পৰিছিল। প্ৰাৰম্ভিক অৱস্থাত তেখেতক ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া মালিগাঁৱৰ সঞ্জীৱনী হাস্পতালত ভৰ্তি কৰোৱা হয়। সঞ্জীৱনী!-->…
Read More...
Read More...