Daily Time Axom
Browsing Tag

Goalpara Police

পুনৰ APDCLৰ কৰ্মচাৰীক প্ৰহাৰ কৰি কাঢ়ি নিলে নগদ ধনসহ মোবাইল

নিউজ ডেস্ক, ২০ চেপ্তেম্বৰঃ গোৱালপাৰাৰ শিমলীতোলাত মাৰপিটৰ ঘটনা। কৰ্তব্যৰত অৱস্থাত APDCLৰ কেইবাজনো কৰ্মচাৰীক প্ৰহাৰ একাংশ যুৱকৰ। প্ৰহাৰত আহত হয় চাৰিগৰাকীকৈ কৰ্মচাৰী লুৎফৰ ৰহমান, জাহেদুল ইছলাম, জাহানুৰ আলম, ৰবিউল হুছেইন। শিমলীতোলাত বিভাগীয়
Read More...

গোৱালপাৰাৰ হাদলাপাৰাত গুলীবিদ্ধ যুৱক উদ্ধাৰ

নিউজ ডেস্ক, ৯ জুনঃ গোৱালপাৰাৰ হাদলাপাৰাত গুলীবিদ্ধ যুৱক উদ্ধাৰ।নিৰ্জন ঠাইত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ গুলীবিদ্ধ যুৱকজন। ৰাহুল কুমাৰ নামৰ যুৱকজনৰ মূৰত দেখা গৈছে আঘাতৰ চিন। যুৱকজনৰ কাষতে উদ্ধাৰ এটা 9mm পিষ্টল আৰু এখন স্কুটী।স্কুটীখনৰ নং-
Read More...

বনকৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত পুনৰ ৪জনক কৰায়ত্ত আৰক্ষীৰ

নিউজ ডেস্ক, ৩১ মে'- বনকৰ্মীক আক্ৰমণৰ ঘটনাৰে জড়িতৰ অভিযোগত আৰু ৪জনক কৰায়ত্ত আৰক্ষীৰ। আনন্দ ৰাভা, প্ৰফুল্ল ৰাভা, প্ৰহ্লাদ ৰাভা আৰু ৰজনী ৰাভা নামৰ অভিযুক্তকেইজনক আটক কৰি আৰক্ষীৰ জেৰা অব্যাহত। শীঘ্ৰেই এইকেইজনক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।
Read More...