Daily Time Axom
Browsing Tag

Gohpur

গহপুৰত জঘন্য ঘটনা, এগৰাকী যুৱতীক পদূলিৰ পৰা অপহৰণ কৰি নি গাড়ীৰ ভিতৰতে ধৰ্ষণ ৫ পাষণ্ডৰ

নিউজ ডেস্ক, ৬ মে'- গহপুৰত জঘন্য ঘটনা। এগৰাকী ২০ বছৰীয়া যুৱতীক পদূলিৰ পৰা অপহৰণ কৰি নি গাড়ীৰ ভিতৰতে ধৰ্ষণ কৰিলে ৫ পাষণ্ডই। ধৰ্ষণ কৰি সমগ্ৰ কাণ্ড মোবাইলত ৰেকৰ্ডিং কৰে৷ শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পাছত ভুক্তভুগী যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত
Read More...

বাল্য বিবাহৰ অভিযোগত গহপুৰত ২ ভাতৃক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১ মে'- বাল্য বিবাহৰ অভিযোগত গহপুৰত ২ ভাতৃক গ্ৰেপ্তাৰ। কিশোৰীক পলুৱাই নি গ্ৰেপ্তাৰ হয় যুৱক দুজন। জয়ন্ত দাস আৰু ৰঞ্জিত দাস নামৰ ২ যুৱকক গ্ৰেপ্তাৰ কৰে গহপুৰ আৰক্ষীয়ে। জানিব পৰা মতে, যোৱা ২৭ এপ্ৰিলত গহপুৰৰ মাগনী কছাৰীৰ এগৰাকী ১৬
Read More...

গহপুৰৰ শিশু হত্যাকাণ্ডৰ নতুন মোৰ ! পিতৃয়ে হত্যা কৰিলে এবছৰীয়া পুত্ৰক

নিউজ ডেস্ক, ১০ মাৰ্চঃ গহপুৰৰ ১ বছৰীয়া শিশু হত্যাৰ ঘটনাৰ নতুন মোৰ। পিতৃৰ হাতত প্ৰাণ গ'ল এবছৰীয়া সন্তান পৰাগজ্যোতিৰ। শচীন বৰদলৈৰ বিৰুদ্ধে পুত্ৰক হত্যাৰ অভিযোগ পত্নী, গাঁওবাসীৰ। পুৱাই গহপুৰ আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আটক কৰে শচীন বৰদলৈক।
Read More...

মৰ্মান্তিক! জন্মদিন উদযাপনৰ বাবে পিতৃৰ লগত বজাৰ কৰিবলৈ হোৱা কনমানিৰ নিঠৰ দেহ উদ্ধাৰ হ’ল পথাৰত

নিউজ ডেস্ক, ৯ মাৰ্চঃ জন্মদিনৰ দিনটোতে উদ্ধাৰ পিতৃৰ সৈতে যোৱা এবছৰীয়া কণমানিৰ মৃতদেহ। এতিয়াও সন্ধান নাই শিশুটিৰ পিতৃ শচীন বৰদলৈৰ। শিশুটিৰ মৃতদেহৰ কাষতে পোৱা গৈছে পিতৃৰ চাইকেল। গহপুৰৰ সোণালীবড়িত এই চাঞ্চল্যকৰ ঘটনা। পথাৰখনত পুৱাই গৰু দিবলৈ
Read More...