Daily Time Axom
Browsing Tag

Gold

যোৰাবাটত মহানগৰ আৰক্ষী আৰু STFৰ যৌথ অভিযানত জব্দ ৫১৮.৮ গ্ৰাম সোণ

নিউজ ডেস্ক, ১৪ চেপ্তেম্বৰঃ মহানগৰ আৰক্ষীৰ বৃহৎ সফলতা। বৃহস্পতিবাৰে পুৱা যোৰাবাটত মহানগৰ আৰক্ষী আৰু STFৰ যৌথ অভিযানত জব্দ ৫১৮.৮ গ্ৰাম সোণ ।মেঘালয়ৰ পৰা ৰাজস্থানলৈ সৰবৰাহ কৰিছিল সোণখিনি। ঘটনা সন্দৰ্ভত ৪ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
Read More...

পল্টনবজাৰ ৰে’ল ষ্টেচনত GRPৰ অভিযানত জব্দ ৩ কেজি ২০ গ্ৰাম ওজনৰ সোণৰ বিস্কুট

নিউজ ডেস্ক, ৮ মাৰ্চঃ মহানগৰীত পুনৰ সোণ জব্দ। পল্টন বজাৰ ৰে’ল ষ্টেচনত জব্দ ৩ কেজি ২০ গ্ৰাম ওজনৰ সোণৰ বিস্কুট। GRPৰ অভিযানত জব্দ কেইবাখনো সোণৰ বিস্কুট। সোণসহ আটক শ্বৰীফ আলম নামৰ এজন সৰবৰাহকাৰীক। ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় সোণখিনি।
Read More...

গুৱাহাটী ৰে’ল ষ্টেচনত সোণ জব্দ, ৰে’ল আৰক্ষীয়ে জব্দ কৰিছে ৬ টাকৈ সোণৰ বিস্কুট

নিউজ ডেস্ক, ১ নৱেম্বৰঃ গুৱাহাটী ৰে'ল ষ্টেচনত জব্দ কৰা হৈছে ৬ খন সোণৰ বিস্কুট। মঙলবাৰে পুৱাৰ ভাগত ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কৰা হয় এই সোণৰ বিস্কুট। ডিমাপুৰৰ পৰা বিহাৰলৈ বুলি লৈ গৈ থকা অৱস্থাত গোপন সূত্ৰৰ পম খেদি ৬ খনকৈ সোণৰ বিস্কুট জব্দ
Read More...