Daily Time Axom
Browsing Tag

GP Sing

কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ

নিউজ ডেস্ক, ২০ মে'- কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ৷ সংবাদমেলত এই কথা সদৰী কৰিলে DGP জি পি সিঙে৷ নিৰাপত্তা বিভাগৰ ADGPৰ সৈতে আলোচনাৰ অন্তত PSO প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে, বাঘবৰ সমষ্টিৰ বিধায়ক
Read More...

আজি ঘোষণা হ’ল গৃহ, আবকাৰী, বন বিভাগৰ পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, ৮ মে'- আজি ঘোষণা হ’ল গৃহ, আবকাৰী, বন বিভাগৰ পৰীক্ষাৰ ফলাফল। ৫,৭৩০টা পদৰ ফলাফল ঘোষণা।সংবাদমেলযোগে ফলাফল ঘোষণা কৰিলে আৰক্ষী সঞ্চালক প্রধানে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ত জি পি সিঙৰ সংবাদমেল। ৫,৭৩০টা পদৰ ভিতৰত মুঠ ৫,৪২১জনক নিৰ্বাচন কৰা
Read More...

ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ ওদালগুৰি আৰক্ষীৰ

নিউজ ডেস্ক, ৩ মে'- ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ জব্দ। চিকাৰীদাঙা হাবিৰ পৰা অস্ত্ৰখিনি জব্দ কৰে ওদালগুৰি আৰক্ষীয়ে। ৬টা AK ছিৰিজৰ ৰাইফল, এটা 9mm পিষ্টল আৰু বৃহৎ পৰিমাণৰ সক্ৰিয় গুলী জব্দ কৰিছে আৰক্ষীয়ে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট
Read More...

ৰাজভৱনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ৰাজভৱনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই পাঠ কৰোঁৱালে শপত বাক্য। অনুষ্ঠানত উপস্থিত থাকে DGP জি পি সিং, ADGP হীৰেন নাথ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ।
Read More...

লাভলীনালৈ উপহাৰ স্বৰূপে অসম আৰক্ষীৰ ফালৰ পৰা দিব এটা ফ্লেট

নিউজ ডেস্ক, ৩১ মাৰ্চঃ লাভলীনালৈ অসম আৰক্ষীৰ ফালৰ পৰা এটা ফ্লেট প্ৰদান কৰিব বুলি ঘোষণা কৰে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। আজি অসম আৰক্ষীয়ে লাভলীনা বৰগোহাঁইক বিশ্বজয়ৰ বাবে অভিনন্দন জনোৱা এক কাৰ্যসূচীত এই কথা ঘোষণা কৰে। উল্লেখ্য যে,
Read More...

বিজেপি বিধায়কক আলফাই ধনদাবী কৰা নাই, বিবৃতিযোগে স্পষ্ট কৰিলে আলফা স্বাধীনে

নিউজ ডেস্ক, ২১ মাৰ্চঃ BJPৰ কেইবাগৰাকীও বিধায়কক আলফা(স্বাধীন)ৰ তৰফৰ পৰা ধন দাবী কৰা অভিযোগ উত্থাপিত হৈছে।কেইবাগৰাকী বিধায়কলৈ ধনদাবী পত্ৰ প্ৰেৰণ কৰাৰ লগতে ফোনযোগে দাবী কৰা ধনৰ পৰিমাণ সোনকালে আদায় দিয়াৰ সকীয়নি আলফা(স্বা)ৰ পৰা প্ৰদান কৰা হৈছে
Read More...

প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ প্ৰশ্নকাকত ফাদিলৰ অন্যতম অভিযুক্ত কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ। লখিমপুৰ সদৰ থানাত আত্মসমৰ্পণ কৰিলে কুমুদ ৰাজখোৱাই। প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কুমুদ। ডফলাকটা হাইস্কুলৰ বিজ্ঞানৰ শিক্ষক কুমুদ ৰাজখোৱা।
Read More...

CAA আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কামৰূপ জিলা মুখ্য ন্যায়াধীশ…

নিউজ ডেস্ক, ৩০ অক্টোবৰঃ CAA আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ৷ এই নিৰ্দেশ প্ৰদান কৰিছে কামৰূপ জিলা মুখ্য ন্যায়াধীশ আদালতৰ৷ আৰক্ষীৰ অনুসন্ধানত অভিযোগমুক্ত ঘোষণা তদানীন্তন ADGP জি পি সিঙক৷ তদন্ত প্ৰক্ৰিয়াত সিঙৰ
Read More...

২৬ হাজাৰ নিযুক্তিত কেণা, এজন পৰীক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ

নিউজ ডেস্ক, ৯ চেপ্টেম্বৰঃ যোৱা ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষা। ইন্টাৰনেট সেৱা কৰ্তন কৰি, কটকটীয়া নিৰাপত্তাৰ মাজেৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কিন্তু এই চাকৰিত ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপন
Read More...