গীনিজ ৰেকৰ্ডৰ বাবে সৰুসজাইত ১১,১০৪ গৰাকী বিহুৱা-বিহুৱতীৰ বিহুনাচ প্ৰদৰ্শন
নিউজ ডেস্ক, ১৩ এপ্ৰিলঃ অৱশেষত আহিল সেই ঐতিহাসিক মুহূৰ্ত। ১১ হাজাৰৰো অধিক নাচনী ঢুলীয়াই কঁপাই তুলিলে সৰুসজাইৰ আকাশ-বতাহ।বিশ্ব অভিলেখেৰে বাপোটি সাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বিশেষ প্ৰয়াস অসম চৰকাৰৰ।
আজি অসমীয়া জাতিৰ হিয়াৰ!-->!-->!-->…
Read More...
Read More...