Daily Time Axom
Browsing Tag

Gulab Chand Kataria

কাজিৰঙাত দেশৰ ৰাষ্ট্ৰপতিৰ দ্বিতীয়টো দিন, গজ মহোৎসৱত বন্তি প্ৰজ্বলন ৰাষ্ট্ৰপতিগৰাকীৰ

নিউজ ডেস্ক, ৭ এপ্ৰিলঃ কাজিৰঙাত মুকলি কৰা গজ উৎসৱত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। ৭ এপ্ৰিলৰ পৰা দুদিনীয়াকৈ আৰম্ভ হ'ব লগীয়া এই মহোৎসৱৰ শুভাৰম্ভ কৰিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতি গৰাকীৰ
Read More...

ৰাজভৱনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ ৰাজভৱনত ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ ভাস্কৰজ্যোতি মহন্তৰ। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই পাঠ কৰোঁৱালে শপত বাক্য। অনুষ্ঠানত উপস্থিত থাকে DGP জি পি সিং, ADGP হীৰেন নাথ, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ।
Read More...

আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

নিউজ ডেস্ক, ১০ মাৰ্চঃ আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ অভিভাষণেৰে ৯ বজাৰ পৰা আৰম্ভ হয় বাজেট অধিৱেশনৰ। প্ৰথমবাৰৰ বাবে বিধানসভাত অভিভাষণ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ। ১৬ মাৰ্চত বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী অজন্তা নেওগে।
Read More...

আজি শপত ল’ব অসমৰ নৱনিযুক্ত ৰাজ্যপালে গুলাব চান্দ কাটাৰিয়াই

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰীঃ আজি শপত ল'ব অসমৰ নৱনিযুক্ত ৰাজ্যপালে গুলাব চান্দ কাটাৰিয়াই। দিনৰ ১১ বজাত কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব শপতগ্ৰহণ অনুষ্ঠান। শপত বাক্য পাঠ কৰোৱাব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। উপস্থিত থাকিব মুখ্যমন্ত্ৰীকে ধৰি
Read More...

অসমৰ নতুন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া

নিউজ ডেস্ক, ১২ ফেব্ৰুৱাৰীঃ অসমৰ নতুন ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া। জগদীশ মুখীৰ পিছতে অসমৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব ল'ব কাটাৰীয়াই। উল্লেখ্য যে, অসমৰ লগতে সৰ্বমুঠ ১৩ খন ৰাজ্যৰ ৰাজ্যপালৰ সাল সলনিৰ নিৰ্দেশ দিছে। গুলাব চান্দ কাটাৰিয়া
Read More...