শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানকৰ আজি ৫৫৩তম জন্ম জয়ন্তী
নিউজ ডেস্ক, ৮ নৱেম্বৰঃ আজি পৱিত্ৰ গুৰু নানক জয়ন্তী । শিখ ধৰ্মাৱলম্বী অথবা নানকপন্থী লোকসকলৰ বাবে আটাইতকৈ পৱিত্ৰ দিন হৈছে গুৰু নানক জয়ন্তী । শিখ ধৰ্মৰ ১০ জন গুৰুৰ প্ৰথমজন আৰু অন্যতম হৈছে গুৰু নানক দেৱ । গুৰু নানক দেৱৰ আৱিৰ্ভাৱ অথবা প্ৰকাশ!-->…
Read More...
Read More...