বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস !
নিউজ ডেস্ক, ৯ জুনঃ বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস !গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে ৩ বছৰ পুৰণি নিষেধজ্ঞা। এতিয়াৰে পৰা ৰাজ্যত বিক্ৰী কৰিব পাৰিব কুকুৰৰ মাংস। তিনি বছৰ পূৰ্বে নাগালেণ্ড চৰকাৰে ৰাজ্যখনত কুকুৰৰ মাংস বিক্ৰী নিষিদ্ধ কৰিছিল!-->…
Read More...
Read More...