Daily Time Axom
Browsing Tag

Guwahati Police

এইবাৰ গুৱাহাটী আৰক্ষীৰ জালত নেইজেৰিয়ান মহিলা

নিউজ ডেস্ক, ১০ আগষ্টঃ এইবাৰ গুৱাহাটী আৰক্ষীৰ জালত পৰিল এগৰাকী নেইজেৰিয়ান মহিলা। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আটক মহিলাগৰাকীক। জানিব পৰা মতে বুধবাৰে নিশা Bureau of Immigrationৰ বিষয়াই ভুৱা ভাৰতীয় ভিছাৰ সৈতে
Read More...

গুৱাহাটীৰ শিশু নিৰ্যাতনত জড়িত চিকিৎসক ডাঃ ৱালিউল ইছলাম, বনকৰা মহিলা লক্ষ্মী ৰায়ক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৬ মে'-গুৱাহাটীৰ শিশু নিৰ্যাতনত জড়িত চিকিৎসক ডাঃ ৱালিউল ইছলামক গ্ৰেপ্তাৰ। লগতে বনকৰা মহিলা লক্ষ্মী ৰায়কো গ্ৰেপ্তাৰ কৰে পল্টন বজাৰ আৰক্ষীয়ে। আনহাতে মনোৰোগ বিশেষজ্ঞ তথা ডাঃ সংগীতা দত্তই সম্প্রতি পলায়ন কৰিছে । ডাঃ ৱালিউল আৰু
Read More...

দিছপুৰ মন্ত্ৰী আৱাসত চাঞ্চল্যকৰ অপহৰণকাণ্ড!আৰক্ষীৰ বেশত আহি এজন লোকক অপহৰণ

নিউজ ডেস্ক, ৩ মে'- দিছপুৰৰ মন্ত্ৰী আৱাসত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। ইলেকট্ৰিছিয়ানৰ কাম কৰি থকা শান্তনু মহন ৰায় নামৰ এজন লোকক অপহৰণ। আৰক্ষীৰ পোছাকত আহিছিল ২ অপহৰণকাৰী আৰু সাধাৰণ পোছাকতো আহিছিল ৪জন। অপহৃত শান্তনু ৰায়ৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা
Read More...

মহানগৰীৰ পাণ্ডুত অগ্নিদগ্ধ অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মহানগৰীৰ পাণ্ডুত অঘটন। পাণ্ডু কেবিনৰ সমীপত পুৱাই উদ্ধাৰ এটা মৃতদেহ। অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ। যুৱকজনক কোনো দুৰ্বৃত্তই নিৰ্মমভাৱে নিশা হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত লোকজনৰ পৰিচয় বৰ্তমানলৈকে
Read More...

মালিগাঁও ষ্টেডিয়ামত চাঞ্চল্যকৰ ঘটনা,ছুৰীৰে হানি-খুচি হত্যা এজন যুৱকক

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ মহানগৰীৰ মালিগাঁও ষ্টেডিয়ামত চাঞ্চল্যকৰ ঘটনা।ছুৰীৰে হানি-খুচি হত্যা এজন যুৱকক। নিহত যুৱকজনৰ নাম সীমান্ত তালুকদাৰ বুলি জানিব পৰা গৈছে। বিহুৰ অনুষ্ঠান উপভোগ কৰি থাকোতেই সংঘটিত হয় এই ঘটনা। এদল যুৱকৰ সৈতে বিহুতলীত
Read More...

মহানগৰীৰ বেলতলাত চাঞ্চল্যকৰ হত্যাকাণ্ড,গেটত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা।মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গেটত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ ত্ৰিপুৰাৰ এজন লোকৰ। নিশা চিকিৎসালয়ৰ পৰা আহি ভাড়াঘৰত আছিল লোকজন। পুৱাই গেটত ওলমি থকা অৱস্থাত উদ্ধাৰ
Read More...

১৩, ১৪ এপ্ৰিলত মহানগৰীৰ এইকেইটা পথত যান-বাহন চলাচলত নিৰ্দেশনা জাৰি প্ৰশাসনৰ

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ ১৪ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। গুৱাহাটীত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোডীয়ে। সৰুসজাইত অনুষ্ঠিত হ'বলগীয়া বিহু অনুষ্ঠানতো অংশগ্ৰহণ কৰিব মোডীয়ে। ইয়াৰ পূৰ্বে গুৱাহাটী আৰক্ষী আৰু ট্ৰেফিক
Read More...

মহানগৰীৰ হাতীগাঁৱত ৮০ লাখ টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নিশা মহানগৰীৰ হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। লক্ষ্মীনগৰৰ হাউছ নং ৫৭ত নিশা ১ বজাত আৰক্ষীৰ অভিযান। অভিযানত ৮০০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰা হয়। লগতে জব্দ কৰে এখন বিলাসী
Read More...

বিহাৰত উদ্ধাৰ হ’ল গুৱাহাটীৰ পৰা অপহৃত হোৱা শিশু

নিউজ ডেস্ক, ১৮ মাৰ্চঃ গুৱাহাটীৰ পৰা অপহৃত হোৱা দুই শিশুক উদ্ধাৰ। বিহাৰত উদ্ধাৰ কৰা হৈছে শিশু দুটিক। বিহাৰৰ বৈশালীৰ মাহুৱাৰ পৰা উদ্ধাৰ অজিত কুমাৰ আৰু বিবেক কুমাৰক। গুৱাহাটীৰ তেতেলীয়াৰ পৰা বৃহস্পতিবাৰে অপহৰণ কৰা হৈছিল শিশু দুটিক। ঘৰৰ
Read More...

গুৱাহাটী চাঞ্চল্যকৰ অপহৰণৰ ঘটনা! গোটানগৰৰ পৰা অপহৰণ দুটিকৈ শিশু

নিউজ ডেস্ক, ১৭ মাৰ্চঃ মহানগৰীত পুনৰ ভয়ংকৰ শিশু অপহৰণৰ ঘটনা। খেলি থকা অৱস্থাতে গোটানগৰৰ পৰা অপহৃত হ'ল দুটিকৈ কণমানি শিশু। অপহৃত হ'ল তেতেলীয়াৰ মদন ৰায় নামৰ লোকজনৰ বিবেক কুমাৰ আৰু অজিত কুমাৰ নামৰ দুটিকৈ পুত্ৰ। এখন বগা ৱেগনাৰত আহিছিল
Read More...