Daily Time Axom
Browsing Tag

Guwahati

হত্যাৰ চেষ্টাৰ পিছতো স্তব্ধ হোৱা নাই ট্ৰাম্পৰ খোজ

গুলীটো সোঁ কাণত লগাত তেজ ওলাইছিল যদিও সোঁহাতৰ দৃঢ় মুঠিৰে মঞ্চত থিয় হৈ তেওঁ অনুৰাগীসকলক ক’লে, ‘ফাইট, ফাইট’। ৭৮ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীয়ে অলপো জিৰণি লোৱা নাছিল। গুলী লগাৰ ২৪ ঘন্টাৰ অন্তত দলীয় অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ উইচকনচিনত…
Read More...

লৰ্ড জগন্নাথে ড’নাল্ড ট্ৰাম্পৰ প্ৰাণ ৰক্ষা কৰিলে! ইস্কনৰ দাবী

ৰক্ষা পৰিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জীৱন। আঘাতপ্ৰাপ্ত হ’লেও ভগৱান জগন্নাথৰ কৃপাত ট্ৰাম্প বাচিল! এই দাবী ইস্কনৰ । ৪৮ বছৰ আগৰ এটা ঘটনাও তেওঁৰ মনত পৰিল। ইস্কনৰ মুখপাত্ৰ ৰাধাৰমণ দাসে কয়, ‘অৱশ্যেই ই ঐশ্বৰিক যোগ। ঠিক ৪৮…
Read More...

ৰাজ্যসভাত কমিল বিজেপিৰ সাংসদৰ সংখ্যা

সংসদৰ উচ্চ সদন অৰ্থাৎ ৰাজ্যসভাত আসনৰ সংখ্যা ২৪৫ খন। এই মুহূৰ্তত অৱশ্যে ২২৫ জন সাংসদহে আছে। কিন্তু শেহতীয়া সমীক্ষাত দেখা গৈছে যে বিজেপিৰ সাংসদৰ সংখ্যা ৪ জন হ্ৰাস পাইছে। এতিয়া একক সংখ্যাগৰিষ্ঠতা নাই। শনিবাৰে অন্ত পৰিল বিজেপিৰ ৪ জন সাংসদৰ…
Read More...

বিহুবৰত আলফা স্বাধীনৰ নামৰ ধনদাবী কৰি সোণাৰিৰ পৰা CRPF বাহিনীয়ে আটক কৰে চাৰিজন যুৱকক

চৰাইদেউ NEZ QAT 2 CRPF বাহিনী আৰু বিহুবৰ আৰক্ষীৰ যৌথ অভিযান উজনি অসমত আলফা স্বাধীনৰ নামত ব্যাপক ধনদাবীৰ ঘটনা | নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিনা আগৰৱালা নামৰ মহিলা গৰাকীক আলফা স্বাধীনৰ নামত ১৫ লাখ টকা ধনদাবী কৰিছিল | একে সময়তে…
Read More...

বোৱাৰী নিৰুদ্দেশৰ ঘটনা

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা সন্ধানহীন নাজিৰাৰ গেলেকীত বোৱাৰী নিৰুদ্দেশৰ ঘটনা | গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ…
Read More...

গাজাত ইজৰাইলৰ আক্ৰমণ, ধ্বংসাৱশেষৰ তলত উলাইছে মৃতদেহৰ দ’ম

গাজা চহৰৰ কিছু অংশৰ পৰা ইজৰাইলৰ বাহিনীয়ে আঁতৰি অহাৰ পিছত টাল আল হাৱা অঞ্চলৰ পৰা অৰ্ধশতাধিক পেলেষ্টাইনী মৃতদেহ উদ্ধাৰ কৰা হৈছে। পেলেষ্টাইনী উদ্ধাৰ কৰ্মীয়ে এই তথ্য নিশ্চিত কৰিছে। গাজাৰ অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাছালে শুকুৰবাৰে…
Read More...

২৪ ঘন্টাত বিহাৰত বজ্ৰপাতৰ ফলত ২১ জন লোকৰ মৃত্যু

বিহাৰত ২৪ ঘন্টাৰ ভিতৰত বজ্ৰপাতৰ ফলত ২১ জন লোকৰ মৃত্যু। ইয়াৰে অধিকাংশ মৃত্যু হৈছে বিহাৰৰ মধুবনী জিলাত। শুকুৰবাৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এক বিবৃতি জাৰি কৰি এই কথা জানিবলৈ দিয়ে। এদিনতে ইমানবোৰ মানুহৰ মৃত্যুত মুখ্যমন্ত্রী…
Read More...

আপোনাৰ ৪০ বছৰ বয়স যদি হৈছে কি কি উপাদান খাদ্য তালিকাত ৰাখিব

বয়সৰ লগে লগে শৰীৰৰ বহু কাৰক সলনি হয়। পেশী, শক্তি, গতিশীলতা এই সকলোবোৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ। মধ্যবয়সৰ আশে-পাশে সেইবোৰ হ্ৰাস পাবলৈ আৰম্ভ কৰে। পেশীবোৰ ক্ষয় হ’বলৈ আৰম্ভ কৰে। এই সময়ত খাদ্যৰ প্ৰতি অতিৰিক্ত গুৰুত্ব দিব লাগে।…
Read More...

পশ্চিমবংগৰ ষষ্ঠ আন্তৰ্জাতিক সাহিত্য মহোৎসৱলৈ মৰিগাঁও জিলাৰ বহুভাষী কবি ৰাজুমনি শইকীয়া আমন্ত্ৰিত

প্ৰদান কৰিব মহোৎসৱৰ বিশিষ্ট কবি সন্মান । ভাৰতৰ পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ ইছলামপুৰত অহা ২৭ জুলাই আৰু ২৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া "ষষ্ঠ আন্তৰ্জাতিক সাহিত্য মহোৎসৱ"লৈ অসমৰ বহুভাষী কবি ৰাজুমনি শইকীয়া আমন্ত্ৰিত হৈছে ৷ তেওঁ অসমীয়া ,…
Read More...

মাণিকপুৰত নাৰ্বাডৰ ৪৩ তম প্ৰতিষ্ঠা দিৱস,ভিত্তীয় স্বাক্ষৰতা প্ৰদান

বঙাইগাঁও জিলাৰ মাণিকপুৰত আজি ক্ৰিছিল ফাউণ্ডেশ্যনৰ উদ্যোগত নাৰ্বাডৰ ৪৩তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। জানিব পৰা মতে - ক্ৰিছিল ফাউণ্ডেশ্যনৰ সহকাৰী ক্ষেত্ৰ বিষয়া প্ৰনৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় নাৰ্বাডৰ ৪৩তম প্ৰতিষ্ঠা দিৱস ।প্ৰতিষ্ঠা দিৱসৰ…
Read More...