Daily Time Axom
Browsing Tag

Guwahati

বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন ৰাইজৰ দলৰ নেতা মেহবুব মুক্তাৰৰ

বিগত দুদিনে বান কিছু পৰিমানে হ্ৰাস পাইছে যদিও এই ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে গৃহহীন কৰিছে বহু লোকক। ব্ৰহ্মপুত্ৰৰ বানে ক্ষতিসাধন কৰি পানীৰে ডুবাইছে বিভিন্ন বিদ্যালয়, অংগনবাদী কেন্দ্ৰকে আদি কৰি নদী কাষৰীয়া গাঁওসমূহৰ দৰিদ্ৰ লোকৰ ঘৰ-বাৰী।…
Read More...

কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনিৰ ওপৰত কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাৰ…

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি "অমৃত সৰোবৰ" ৰূপায়নৰ ওপৰত আজি কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে ৷ নগাঁও জিলাৰ বিভিন্ন উন্নয়ণ খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনি তুলনামূলকভাৱে…
Read More...

নাজিৰা,শিমলুগুৰি আৰু চূণপোৰাৰ বিভিন্ন স্থানত দিখৌ নদীৰ বানত শ শ পৰিয়াল আক্ৰান্ত

দিখৌ নৈৰ প্ৰবল বানপানীৰ ফলত নাজিৰা, শিমলুগুৰিৰ কেইবাখনো গাঁৱৰ শ শ পৰিয়াল আক্ৰান্ত হৈছে | ওপৰ নাজিৰা, দিখৌ পৰীয়া, তেতেলিগুৰি, লুঠুৰী গাঁও, লিকছন গাঁও, বালি গাঁও, মিছিং গাঁও, বাইলুং গাঁও, বগৰীগুৰি আদি অঞ্চলত প্ৰবল বানত হাজাৰ হাজাৰ লোক…
Read More...

নৱাগত ৰমেন বৰঠাকুৰক কাষত বহুৱাই ডাঃ ভবেন চৌধুৰীৰ সংবাদমেল

"ৰাজ্যৰ ২৯ খন জিলাৰ লাখ লাখ জনসাধাৰণে বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি ৮৪ টা ৰাজহচক্ৰৰ ২২০৫ খন গাঁও পানীৰ তলত আছে। ৪৪ টা মথাউৰি, ৯২২ টা পথ বিধ্বস্ত হৈছে। ৰাজ্য চৰকাৰে বানত বিপৰ্যস্ত লোকসকলৰ বাবে এতিয়ালৈকে পৰ্যাপ্ত সাহায্য আগবঢ়োৱা…
Read More...

বৰাকৰ বিকল্প পথৰ বাবে গাডকাৰীক পৰামৰ্শ সাংসদ সুস্মিতা দেৱৰ

শিলচৰ পিএন চি ৪জুলাই -বৰাক উপত্যকাৰ লগতে দেশৰ বাকী অংশৰ যোগাযোগ ৰক্ষা কৰাৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিবলৈ সাংসদ সুস্মিতা দেৱে বুধবাৰে দিল্লীত কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীক লগ ধৰে। তৃণমূল কংগ্ৰেছৰ…
Read More...

বাৰিষাত চকুৰ সংক্ৰমণ বৃদ্ধি পালে প্ৰতিকাৰ কেনেকৈ কৰিব

বাৰিষাই গ্ৰীষ্মৰ গৰমৰ পৰা সকাহ দিয়ে। কিন্তু এই বতৰত আৰ্দ্ৰতা বৃদ্ধিৰ বাবে বিভিন্ন সংক্ৰমণৰ আশংকাও বৃদ্ধি পায়। বিশেষকৈ চকুৰ সংক্ৰমণ। যাৰ ফলত তৎক্ষণাত সমাধান নকৰিলে অস্বস্তি আৰু সম্ভাৱ্য জটিলতা বৃদ্ধি পাব পাৰে। সমস্যাবোৰ কি কি? ১.…
Read More...

মালিত সন্ত্ৰাসবাদী আক্ৰমণ, কমেও ৪০ জন লোকৰ মৃত্যু

পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কমেও ৪০ জন লোকৰ মৃত্যু হৈছে। সেই দেশৰ ডিজিগুইবম্বো গাঁৱত সোমবাৰে সংঘটিত হয় এই আক্ৰমণ। অৱশ্যে এই আক্ৰমণত কোনটো সংগঠন জড়িত হৈ আছে সেয়া জানিব পৰা হোৱা নাই। এতিয়ালৈকে কোনো উগ্ৰপন্থী…
Read More...

মুকালমুৱাৰ বুৰলিতপাৰত বোৱাৰী নিৰুদ্দেশৰ ঘটনা

নলবাৰী জিলাৰ মুকালমুৱাৰ বুৰলিতপাৰৰ ফৰিদা বেগম নামৰ বোৱাৰী জনী ঘৰৰ পৰা নিৰুদ্দেশ হয় । ফৰিদা বেগমৰ স্বামী নবী হুছেইন জানিব দিয়া মতে যোৱা দেওবাৰে সন্ধিয়া ফৰিদা বেগমে নিজ গৃহৰ পৰা ৭ বছৰীয়া লৰা জনক লৈ ঘৰৰ পৰা ঘৰৰ ওচৰৰ ছানিদুল ইছলামৰ লগত পলাই…
Read More...

মৈৰাবাৰীৰ মদাৰগুৰীত ১৪ বছৰীয়া কিশোৰ ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীত পৰি সলিল সমাধি

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মদাৰগুৰী চৰৰ মষ্টোফা হুছেইনৰ ১৪ বছৰীয়া পুত্ৰ নাজিৰুল ইছলামৰ ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীত পৰি সলিল সমাধি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। কিশোৰ গৰাকী যোৱা দুদিন ধৰি নিখোজ হৈ আছিল। আজি পুৱা স্হানীয় ৰাইজে ব্ৰহ্মপুত্ৰ…
Read More...

উত্তৰ গুৱাহাটীত বানপানী

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে উত্তৰ গুৱাহাটীৰ বহু অঞ্চল ।উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী অভয়পুৰ, মাজগাঁও ঘাইপথত নদীৰ একাঠু পানী।উত্তৰ গুৱাহাটী অভয়পুৰ ,মাজগাঁও,শিল সাকোঁ,মধুপুৰ ৰজাদুৱাৰকে ধৰি বহু ঠাইত মানুহৰ ঘৰত একাঠু পানী । এনেদৰে নদীৰ…
Read More...