Daily Time Axom
Browsing Tag

Guwahati

টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম দ্বৈত শতক অৰ্জন কৰি বিশ্ব অভিলেখ শেফালীৰ

ভাৰতৰ শ্বেফালী ভাৰ্মাই মহিলা টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম দ্বৈত শতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। শুকুৰবাৰে চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা একমাত্ৰ টেষ্টৰ প্ৰথম দিনটোত ১৯৪ বলত দ্বৈত শতক অৰ্জন কৰি শ্বেফালীয়ে নজিৰ গঢ়ি…
Read More...

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা। শনিবাৰে পুৱা যথাযথ ধৰ্মীয় আড়ম্বৰেৰে জম্মু-কাশ্মীৰত এইবাৰৰ বাৰ্ষিক অমৰনাথ যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। কটকটীয়া নিৰাপত্তাৰ অধীনত পহলগাঁও আৰু বাল্টাল দুয়োটা পথতে পবিত্ৰ গুহাটোৰ দিশে যাত্ৰা আৰম্ভ কৰে প্ৰথমটো…
Read More...

সৰভোগৰ বান্দৰখোৱাত ৰে’লৱে ক্ৰচিং বা আণ্ডাৰ গ্ৰাউণ্ড পথৰ ব্যৱস্থা কৰাৰ দাবী ৰাইজৰ

৩ নং বৰপেটা লোকসভাৰ অন্তৰ্গত ২৪ নং ভবানীপুৰ-সৰভোগ সমষ্টিৰ বৃহৎ এলেকা বান্দৰখোৱা,নিজদমকা ,সাহপুৰ,জামাদাৰ বড়ি,সৰভোগ গাঁও আদি কৰি প্ৰায় ১০খন গাঁওৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত এক জটিল সমস্যাত ভূগি আছে,প্ৰায় ১০ খন গাঁৱৰ ৰাইজে যুগ যুগ ধৰি…
Read More...

স্বামীৰ নিৰ্যাতনৰ ন্যায় বিচাৰি কি আহ্বান জনালে এগৰাকী মহিলাই

মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত সংগঠিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। যি সময়ত চৰকাৰে দ্বিতীয় বিবাহ বন্ধ কৰিছে। নাৰীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিশেষঃ আইন প্ৰণয়ন কৰিছে ঠিক তেনে সময়তে মৈৰাবাৰীত সংগঠিত হৈছে পত্নী…
Read More...

নগাঁৱৰ কচুৱা মডেল হাস্পতালত সময়মতে চিকিৎসক উপস্থিত নথকাৰ অভিযোগ

নগাঁও জিলাৰ কচুৱা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক সময়মতে উপস্থিত নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। হাস্পতাল কৰ্তৃপক্ষৰ হেমাহি আৰু চিকিৎসক সকলে কৰ্তব্যত গাফিলতি কৰাৰ বিৰুদ্ধে পূৰ্বেও বহুবাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো স্বাস্থ্য বিভাগৰ কোনো…
Read More...

দীপাংকৰ গগৈৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী আৰক্ষীৰ শাস্তিৰ দাবী আপৰ

আৰক্ষীৰ নিৰ্যাতনৰ বাবেই চৰম সিদ্ধান্ত লৈছিল দীপাংকৰে-আপ বলপূৰ্বক দোষী সাব্যস্ত কৰিব বিচৰাৰ পৰিণতি দীপাংকৰৰ মৃত্যু-আপ এন আই এৰ চাৰ্জশ্বিটে উদঙাই দিলে ৰাজ্যৰ গৃহ বিভাগৰ স্বৰূপ যোৰহাট আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ জেৰাৰ নামত চলোৱা…
Read More...

স্তন কেন্সাৰত আক্ৰান্ত হিনা খান

সম্প্ৰতি কৰ্কট ৰোগ মহামাৰীলৈ পৰিণত হৈছে। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগত আক্ৰান্ত ভাৰতীয় মহিলাৰ সংখ্যা দিনক দিনে বাঢ়িছে। ইয়াৰ পূৰ্বে মনীষা কৈৰালা আৰু সোণালী বেন্দ্ৰেৰো দুৰাৰোগ্য কৰ্কট ৰোগ ধৰা পৰিছিল। এই ৰোগ অতিক্ৰম কৰি তেওঁলোক স্বাভাৱিক…
Read More...

কৰ্ণাটকত ৰখাই থোৱা ট্ৰাকত যাত্ৰী ভৰ্তি বাছে খুন্দা মৰাত ১৩ জন তীৰ্থযাত্ৰীৰ মৃত্যু, ৪ জন আহত

কৰ্ণাটকত বাছ দুৰ্ঘটনাত ১৩ জন নিহত শুকুৰবাৰে পুৱা যাত্ৰীবাহী বাছখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে। সেই বাছখনত ১৭ জন লোক আছিল। কৰ্ণাটকৰ বেলগাৱী জিলালৈ তীৰ্থযাত্ৰা কৰিবলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছে…
Read More...

ফিনলেণ্ডে প্ৰথম বাৰ্ড ফ্লুৰ ভেকচিন প্ৰদান কৰিবলৈ ওলাইছে মানুহক

ফিনলেণ্ড বিশ্বৰ প্ৰথমখন দেশ হ’বলৈ গৈ আছে যিয়ে মানুহক বাৰ্ড ফ্লুৰ প্ৰতিষেধক প্ৰদান কৰিব। জীৱ-জন্তুৰ সংস্পৰ্শলৈ অহা একাংশ শ্ৰমিকক অহা সপ্তাহত টিকাকৰণ কৰা হ’ব। নৰ্ডিক দেশখনে ১০ হাজাৰ নাগৰিকৰ ভেকচিন ক্ৰয় কৰিছে। প্ৰতিটোতে দুটাকৈ বেজী থাকে।…
Read More...

হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত অধিক গুৰুত্ব দিছে ভাৰতে

হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাৰতে ৰাষ্ট্ৰসংঘক ১১.৬০ বিলিয়ন ডলাৰ দিছে। ভাৰতৰ স্থায়ী মিছন টু দ্য ৱৰ্ল্ড অৰ্গেনাইজেচন ‘চাৰ্জ দ্য ফিয়াৰ্ছ’ৰ আৰ ৰবীন্দ্ৰই ৰাষ্ট্ৰসংঘৰ গ্ল’বেল কমিউনিকেশ্যন ডিভিজনৰ বাতৰি আৰু মিডিয়া বিভাগৰ সঞ্চালক ইয়ান…
Read More...