ৰাজস্থানত সেনাৰ MiG-21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত, ২জনকৈ স্থানীয় লোকৰ মৃত্যু
নিউজ ডেস্ক, ৮ মে'- ৰাজস্থানত সেনাৰ MiG-21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত। হনুমান নগৰত দুৰ্ঘটনাত পতিত হয় যুঁজাৰু বিমানখন। ছুৰাটগড়ৰ পৰা উৰা মাৰিছিল বিমানখনে। বিমান দুৰ্ঘটনাত ২জনকৈ স্থানীয় লোকৰ মৃত্যু হয়। আনহাতে কথমপি প্ৰাণৰক্ষা পৰে বিমানখনৰ!-->…
Read More...
Read More...