Daily Time Axom
Browsing Tag

Haryana

হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল, এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল।হাৰিয়ানাৰ কৰ্ণালত পুৱতি নিশা ৩-৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ধান বনা কল খহি পৰাৰ ফলত এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ২০ জন লোক আঘাতপ্ৰাপ্ত আৰু বহু লোক আৱদ্ধ হৈ
Read More...

H3N2ত আক্ৰান্ত হৈ দেশত দুগৰাকী ৰোগীৰ মৃত্যু

নিউজ ডেস্ক, ১১ মাৰ্চঃ H3N2ত আক্ৰান্ত হৈ দেশত দুগৰাকী ৰোগীৰ মৃত্যু। কৰ্ণাটক আৰু হাৰিয়ানাত একোগৰাকীকৈ ৰোগীৰ মৃত্যু। H3N2 ভাইৰাছৰ সংক্ৰমণৰ হাৰক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। দিল্লীত স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।
Read More...

হাৰিয়ানাৰ পানীপাতত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ ঘটনা, একেটা পৰিয়ালৰ ৬ জন সদস্যৰ মৃত্যু

নিউজ ডেস্ক, ১২ জানুৱাৰীঃ হাৰিয়ানাৰ পানীপাতত ভয়ংকৰ চিলিণ্ডাৰ বিষ্ফোৰণৰ ঘটনা। বিষ্ফোৰণৰ ফলত এটা পৰিয়ালৰ ছয়জন সদস্যৰ মৃত্যু হয়। ৰন্ধন গেছৰ চিলিণ্ডাৰ লিকৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই ঘটনা পানিপাতৰ তহচিল শিবিৰ অঞ্চলত সংঘটিত
Read More...

উৎকোচ লোৱাৰ সময়তে ভিজিলেন্স বিভাগৰ হাতত ধৰা পৰি টকা গিলিল এজন আৰক্ষীয়ে

নিউজ ডেস্ক, ১৪ ডিচেম্বৰঃ উৎকোচ লোৱাৰ সময়তে ভিজিলেন্স বিভাগৰ বিষয়াৰ হাতত ধৰা পৰে এজন আৰক্ষী। ধৰা পৰাৰ লগে লগে আৰক্ষী বিষয়াজনে ঘোচৰ টকাখিনি গিলিবলৈ ধৰিলে। পুলিচ বিষয়াজনে উৎকোচৰ টকাখিনি গিলি প্ৰমাণ নষ্ট কৰিবলৈ চেষ্টা কৰিছিল। এই ঘটনা
Read More...

হাৰিয়ানাৰ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা, ছাত্ৰসহ চাৰিজন লোক আহত

নিউজ ডেস্ক, ৪ ছেপ্তেম্বৰঃ হাৰিয়ানাৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত গুলীচালনাৰ ঘটনা। এই ঘটনাত দুজন ছাত্ৰসহ প্ৰায় চাৰিজন লোক আহত হয়। বাতৰি অনুসৰি, ঘটনাটো কোনো আৰ্থিক বিবাদৰ বাবে সংঘটিত হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে।
Read More...