Daily Time Axom
Browsing Tag

helicopter crash

পুনৰ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, ২১ অক্টোবৰঃ পুনৰ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। আপাৰ চিয়াঙৰ ছিংগিং গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখন। টুটিঙৰ ২৫ কিঃমিঃ নিলগৰ মিগিঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। এই দুৰ্ঘটনাত পাইলট আৰু সহপাইলটৰ নাই কোনো সন্ধান।
Read More...

হেলিকপ্টাৰ পাইলট অনিল সিঙৰ শেষ কথা – ‘মোৰ ছোৱালীজনীক চোৱা-চিতা কৰা, তাই অসুস্থ হৈ…

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ হেলিকপ্টাৰ পাইলট অনিল সিঙৰ শেষ কথা, ‘মোৰ ছোৱালীজনীক চোৱা-চিতা কৰা। তাই অসুস্থ হৈ পৰিছে।' হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ এদিন আগতে তেওঁ পত্নীক এই কথা কৈছিল। উত্তৰাখণ্ডৰ এটা পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হয় ৬ জন
Read More...

উত্তৰাখণ্ডৰ কেডাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা, পাইলটসহ তীৰ্থযাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ মঙলবাৰে উত্তৰাখণ্ডৰ কেদাৰনাথত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ৬ জন লোকে প্ৰাণ হেৰুৱায়।মৃত লোক সকলৰ ভিতৰত ২ জন পাইলট আৰু ৪ গৰাকী তীৰ্থযাত্ৰী আছিল। এই ঘটনা কেদাৰনাথৰ পৰা প্ৰায় ২ কিলোমিটাৰ দুৰত
Read More...

অৰুণাচল প্ৰদেশত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, নিহত এজন পাইলট

নিউজ ডেস্ক, ৫ অক্টোবৰঃ অৰুণাচল প্ৰদেশত সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত । অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এটা ফৰৱাৰ্ড এলেকাত সংঘটিত হৈছে এই হেলিকপ্টাৰ দুৰ্ঘটনা। উল্লেখ্য যে চিতা হেলিকপ্টাৰখন নিয়মীয়া উৰণৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। য'ত দুজন
Read More...