Daily Time Axom
Browsing Tag

Hema Malini

ভুল স্বীকাৰ কৰিলে হেমা মালিনীয়ে, বিহুক বিহাৰৰ বুলি টুইটাৰত উল্লেখ কৰিছিল সাংসদগৰাকীয়ে

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ অৱশেষত ড্ৰীম গাৰ্ল হেমামালিনীয়ে স্বীকাৰ কৰিলে নিজৰ ভুল। তেওঁ টুইটযোগে উল্লেখ কৰে যে ভুলতে তেওঁ বিহুক বিহাৰৰ বুলি উল্লেখ কৰিছে। মোক ক্ষমা কৰিব। সেয়া বিহু, অসমৰ উৎসৱ হ'ব লাগে।
Read More...