পুনৰ স্বৰ্ণৰে উজলিল অসম কন্যা হিমা দাস
নিউজ ডেস্ক, ২১ মাৰ্চঃ পুনৰ স্বৰ্ণৰে উজলিল অসম কন্যা হিমা দাস। তিৰুৱনন্তপুৰমৰ লক্ষ্মীবাই নেচনেল কলেজ অৱ ফিজিকেল এডুকেচনত অনুষ্ঠিত ভাৰতীয় গ্ৰেণ্ড প্ৰিক্স-১ এথলেটিকছ ইভেণ্টত হিমা দাসে ২০০ মিটাৰ দৌৰত ২৩.৭৯ ছেকেণ্ডত জয়লাভেৰে স্বৰ্ণপদক অৰ্জন!-->…
Read More...
Read More...