Daily Time Axom
Browsing Tag

Himanta Biswa Sarma

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মাধৱদেৱ কলাক্ষেত্ৰ

নিউজ ডেস্ক, ১০ মে'-আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মাধৱদেৱ কলাক্ষেত্ৰ। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত নিৰ্মাণ হৈছে কলাক্ষেত্ৰখন। প্ৰায় ৪৫ বিঘা মাটিকালিত নিৰ্মাণ হৈছে এই প্ৰকল্প। আনহাতে ৫৩.৫৬ কোটি টকাৰ ব্যয় সাপেক্ষে
Read More...

নিবনুৱা যুৱক- যুৱতীৰ বাবে ভাল খবৰ, পুনৰ প্ৰকাশ পাব ১০ হাজাৰ পদৰ বাবে চাকৰিৰ বিজ্ঞাপন

নিউজ ডেস্ক, ৯ মে'-ৰাজ্যৰ নিবনুৱা যুৱক- যুৱতীৰ বাবে আন এক ভাল খবৰ। জুলাইৰ প্ৰথম সপ্তাহতে পুনৰ প্ৰকাশ পাব ১০ হাজাৰ পদৰ বাবে চাকৰিৰ বিজ্ঞাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ইতিমধ্যেই খালী হৈ থকা বহু পদৰ বাবে ৰাজ্য চৰকাৰে
Read More...

চুবুৰীয়া ৰাজ্য মণিপুৰক সকলো সহায় সহযোগিতাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক, ৫ মে'- চুবুৰীয়া ৰাজ্য মণিপুৰক সকলো সহায় সহযোগিতাৰ আশ্বাস অসম চৰকাৰৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনিক বার্তালাপ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। টুইটযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।
Read More...

অৱশেষত ঘোষণা কৰা হ’ল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, ৪ মে'- অৱশেষত ঘোষণা কৰা হ'ল চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ছেবাৰ ৱেবছাইট www.sebaonline.orgৰ লগতে www.assam.gov.inতো ফলাফল উপলব্ধ। ৬ মে'ত লটাৰীযোগে বিভাগ লাভ কৰিব প্ৰাৰ্থীসকলে। ১১ মে'ত নিযুক্তি-পত্ৰ প্ৰদান কৰিব চৰকাৰে।
Read More...

কাইলৈ দিনৰ ১১বজাত প্ৰকাশ পাব তৃতীয় বৰ্গৰ ১১,৫১০ টা পদৰ ফলাফল

নিউজ ডেস্ক, ২ মে'- কাইলৈ ঘোষণা কৰা হ’ব তৃতীয়বৰ্গৰ চাকৰিৰ ফলাফল। পুৱা ১১ বজাত ঘোষণা কৰা হ’ব বুলি টুইটযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। https://twitter.com/himantabiswa/status/1653253316162490369 এই ফলাফল ১১,৫১০টা পদৰ
Read More...

আজি ঘোষণা হ’ব স্বাস্থ্য বিভাগৰ Grade-4 পদৰ ফলাফল

নিউজ ডেস্ক, ২৯ এপ্ৰিলঃ আজি ঘোষণা হ'ব স্বাস্থ্য বিভাগৰ Grade-4 পদৰ ফলাফল। যোৱা ১২ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিব বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে। প্ৰাৰ্থীসকলে
Read More...

কাইলৈ ঘোষণা হ’ব গুণোৎসৱৰ ফলাফলঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ কাইলৈ ঘোষণা কৰা হ'ব চলিত বৰ্ষৰ গুণোৎসৱৰ ফলাফল৷ মুখ্যমন্ত্ৰীয়ে ১১ বজাত অনুষ্ঠানিকভাৱে ঘোষণা কৰিব এই ফলাফল। লগতে উপস্থিত থাকিব শিক্ষামন্ত্ৰী শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ এই ফলাফলৰ জৰিয়তে ২০২২ ৰ তুলনাত ২০২৩ত শিক্ষা
Read More...

প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী মুকলি কৰিলে নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মুকলি কৰিলে নলবাৰী, কোকৰাঝাৰ আৰু নগাঁও চিকিৎসা মহাবিদ্যালয়। এই তিনিওখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে প্ৰায় ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা
Read More...

আনুষ্ঠানিকভাৱে চাংসাৰিত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ আনুষ্ঠানিকভাৱে চাংসাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন AIIMS ৷ উল্লেখযোগ্য যে, গৰু বিহুৰ দিনটোতে অসমত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মোদীয়ে। প্ৰথমে চাংসাৰিত নিৰ্মিত AIIMSৰ
Read More...

কেইবাটাও কাৰ্যসূচী লৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ১৪ এপ্ৰিলঃ কেইবাটাও কাৰ্যসূচী লৈ আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি উদ্বোধন কৰিব চাংসাৰিৰ এইমছ। ১১২০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে নিৰ্মিত এইমছ গুৱাহাটী হৈছে ৩০ খন আয়ুষ বিচনাসহ ৭৫০ খন
Read More...