Daily Time Axom
Browsing Tag

Hospitalised

কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা

নিউজ ডেস্ক, ১৮ মে'- কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা। মিঠাতেলৰ সলনি ফেনাইলেৰে খাদ্য ৰান্ধিলে ৰান্ধনিয়ে। ঘটনাৰ উচিত তদন্ত বিচাৰি কচুৱা থানাত এজাহাৰ দাখিল স্থানীয় ৰাইজৰ। বুধবাৰে কচুৱাৰ ৰজাগাঁৱৰ দক্ষিণ জ্বৰবাগান প্ৰাথমিক
Read More...

তামুলপুৰৰ ইক্ৰাবিল গাঁৱত প্ৰসাদত বিষক্ৰিয়া হৈ আক্ৰান্ত গাঁওখনৰ শিশু, মহিলাসহ অৰ্ধশতাধিক লোক

নিউজ ডেস্ক, ১৭ এপ্ৰিলঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ইক্ৰাবিল গাঁৱত প্ৰসাদত বিষক্ৰিয়া হৈ গাঁওখনৰ শিশু, মহিলাসহ অৰ্ধশতাধিক লোক আক্ৰান্ত৷ ইতিমধ্যে প্ৰসাদত বিষক্ৰিয়া হোৱাৰ ফলত এটি শিশুৰ মৃত্যু হৈছে ৷ মৃত শিশুটিৰ নাম জ্যোতিকা নমঃদাস (১০) বুলি
Read More...

চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক দাৰে ঘপিয়ালে উদণ্ড প্ৰেমিকে

নিউজ ডেস্ক, ৬ মাৰ্চঃ মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ কাণ্ড! প্ৰেমিকাক হত্যাৰ অপচেষ্টা উদণ্ড প্ৰেমিকৰ। আকাশ দত্ত নামৰ যুৱকজনে দাৰে ঘপিয়ালে প্ৰেমিকাক। ডিঙি আৰু মূৰত যথেষ্ট আঘাত পাইছে যুৱতীগৰাকীয়ে৷ দেওবাৰে নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো
Read More...

পুনৰ স্বাস্থ্যৰ অৱনতি কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষা ছোনিয়া গান্ধীৰ

নিউজ ডেস্ক, ৩ মাৰ্চঃ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অসুস্থ। বৰ্ষীয়ান কংগ্ৰেছ নেত্ৰীগৰাকীক গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জ্বৰত আক্ৰান্ত প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীক বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়
Read More...

লখিমপুৰৰ বিহপুৰীয়াত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত সংবাদকৰ্মী ডলী হাজৰিকা

নিউজ ডেস্ক, ৩০ জানুৱাৰীঃ লখিমপুৰৰ বিহপুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী সংবাদ কৰ্মীৰ। নিহত সংবাদকৰ্মীগৰাকীৰ নাম ডলী হাজৰিকা। দেওবাৰে নিশা বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। এখন তীব্ৰবেগী আলট্ৰা বাছে মহতিয়াই
Read More...

ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ গুলীচালনা আৰক্ষী বিষয়াৰ, চাৰ্ভিচ ৰিভলভাৰেৰে ৫ জাঁই গুলীচালনা ASIৰ

নিউজ ডেস্ক, ২৯ জানুৱাৰীঃ ওড়িশাৰ স্বাস্থ্যমন্ত্ৰী নৱ দাসলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষী বিষয়াৰ৷ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে স্বাস্থ্যমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷চাৰ্ভিচ ৰিভলভাৰেৰে ৫ জাঁই গুলীচালনা আৰক্ষী বিষয়াগৰাকীৰ৷ নিজা
Read More...