Daily Time Axom
Browsing Tag

India

চামগুৰিৰ ননৈ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

নগাঁৱৰ ৰঙামাটিৰ ননৈ চাহবাগিছাত আজি পুৱাৰে পৰা এটা জৰাজীৰ্ণ আৰু কদৰ্যময় পথক কেন্দ্ৰ কৰি পাঁচশতাধিক চাহশ্ৰমিকে সৃষ্টি কৰিলে এক উত্তপ্ত পৰিস্থিতি ৷ ৰাজ্য চৰকাৰৰ অনিহাত দীৰ্ঘদিনৰে পৰা কঁঠালগুৰি আৰু পুৰণা শালনাহৈ আমনি সংযোগী প্ৰায় ৩০…
Read More...

শাওণ মেলা প্ৰস্তুতি সন্দৰ্ভত কামৰূপ(ম) জিলা প্ৰশাসনৰ বৈঠক

কামৰূপ (ম)জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞাৰ সভাপতিত্বত শাওণ মেলা (বল বম) সুকলমে উদযাপন সন্দৰ্ভত এখন বৈঠক অনুস্থিত হয় । মহকুমা দণ্ডাধীশ কংকন শৰ্মা , মহানগৰ আৰক্ষীৰ নিৰাপত্তা আৰু চোৰাংচোৱাৰ উপ-আয়ুক্ত ধ্ৰুব বৰা ,…
Read More...

বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

বাগিচাসমূহৰ নানা ধৰণৰ সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ,পৰিচালকক স্মাৰক পত্ৰ প্ৰদান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বামুণপুখুৰী আৰু হাতীপটি বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদত | নিজ নিজ বাগানত আজি শ্ৰমিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত এই…
Read More...

২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ

তামিলনাডুৰ আইডল উইং চিআইডিয়ে ২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ কৰাৰ লগতে ঘৰ নিৰ্মাণৰ বাবে মাটি খান্দি থকাৰ সময়তে মূৰ্তিসমূহ পোৱা বুলি দাবী কৰা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে। শনিবাৰে থাঞ্জাভুৰৰ পেৰিয়াৰ সমথুৱপুৰম বাছ ষ্টপত এখন গাড়ী আটক…
Read More...

সৰুপথাৰত ষ্ট’ন ক্ৰেচাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ; মহকুমাধিপতিলৈ স্মাৰক পত্ৰ

সোমবাৰে সৰুপথাৰৰ সৰুলাংঠা গাঁৱত অবৈধভাৱে ২০১৩ চনত স্থাপন কৰা "মেচাৰ্চ অম্বা ষ্টোন ক্ৰেচাৰ" নামৰ উদ্যোগটোৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । উদ্যোগটোৰ পৰা নিৰ্গত হোৱা ধুলি, শিলৰ গুৰি আৰু শব্দ প্ৰদূষণে সৰুলাংঠা, প্ৰেমহৰা আৰু মৰাণ…
Read More...

শিৱসাগৰৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত মুকলি হ’ল ঐক্যৰ সত্ৰীয়া সংগীত…

শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁতধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু…
Read More...

আজি ৰাছিয়ালৈ ৰাওনা হ’ল মোডী

ৰাছিয়ালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পাঁচ বছৰৰ মূৰত তেওঁ সেই দেশলৈ পুনৰ গৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব মোডীয়ে। ৰাতি তেওঁৰ লগত ৰাতিৰ আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। মোডীয়ে ৰাছিয়াৰ পৰা পোনেই অষ্ট্ৰিয়া…
Read More...

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে নেকি

অফিচত অত্যধিক আৱেগিক হোৱাৰ বাবে বিপদত পৰে আছেনে? সকলোৱেই আপোনাৰ ওচৰত আছে বুলি ভাবি দুখ পায় নেকি? আপুনি অনুভৱ কৰে নেকি যে আপোনাৰ সৰলতাৰ সুযোগ আনে লৈছে? এই পৰিস্থিতিত থেৰাপিষ্টসকলে আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ পৰামৰ্শ দিয়ে। সেইটো কেনেকৈ কৰিব?…
Read More...

৮১খন আসনৰ বিধানসভাৰ ৪৫ গৰাকী বিধায়কৰ হেমন্তৰ ওপৰত আছে আস্থা

ভূমি কেলেংকাৰীৰ দুৰ্নীতিৰ গোচৰত জেলত ভৰ্তি হৈছিল। জেলৰ পৰা উভতি অহাৰ পিছত মিত্ৰজোঁটৰ অংশীদাৰসকলে বিশ্বাস কৰা হেমন্তই ৪ জুলাইত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু শপত লোৱাৰ পিছতো হেমন্তই ট্ৰাষ্ট ভোটৰ সন্মুখীন হ’বলগীয়া হৈছে। যোৱা…
Read More...

উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰিলে NEET প্ৰশ্ন ফাদিল

NEET প্ৰশ্ন ফাদিল আৰু পৰীক্ষাৰ অনিয়মৰ অভিযোগে সমগ্ৰ দেশ অস্থিৰ কৰি তুলিছে। ইফালে, সোমবাৰে দেশৰ শীর্ষ আদালতে স্বীকাৰ কৰে যে নেট প্রৱেশ পৰীক্ষাত প্রশ্ন ফাদিল হৈছে৷ সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে প্ৰশ্নটো ফাদিল হৈছে, ইয়াত কোনো সন্দেহ নাই।…
Read More...