Daily Time Axom
Browsing Tag

India

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিদ্যালসমূহত ব্যাপক উৎসাহ

নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বৰক্ষেত্ৰী পকোৱা এম ই স্কুল আৰু জনকল্যাণ জাতীয় বিদ্যালয়ত চলি আছে সহযোগিতামূলক চা -চিনাকি পৰ্ব আৰু দৈহিক উৎকৰ্ষ সাধন কৰিবপৰা খেল ধেমালিৰ। উল্লেখ্য যে বিদ্যালয় শিক্ষা বিভাগৰ পৰা অহা
Read More...

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে প্ৰেছ ক্লাব অসমৰ শুভেচ্ছা

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই সন্ধিক্ষণত দেশ আৰু দহৰ বাবে বছৰটোৰ প্ৰতিটো দিনেই নিজৰ বিষয়ে কোনো ধৰনৰ চিন্তা নকৰি সমগ্ৰ জীৱনটো সৰ্বসাধাৰণৰ বাবে উৎসৰ্গিত কৰি জনতাৰ কণ্ঠ ৰূপে প্ৰতিটো ক্ষণতে অতন্দ্ৰ প্ৰহৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অসম তথা
Read More...

পুনৰ পিতৃ হ’ল ৰোহিত , এইবাৰ ঘৰলৈ আহিল পুত্ৰ

টিম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা দ্বিতীয় বাৰৰ বাবে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে। শুকুৰবাৰে নিশা ৰোহিতৰ পত্নী ঋতিকা সচদেৱে এটি পুত্ৰ সন্তান জন্ম দিয়ে। অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়াও কোনো কথা ঘোষণা কৰা নাই ৰোহিত বা তেওঁৰ পৰিয়ালৰ সদস্যই।
Read More...

খেল মহাৰণত এইবাৰ টাইকোৱানডো

ৰাজ্যৰ টাইকোৱানডো খেলুৱৈ সকলৰ বাবে আনন্দৰ খবৰ ।অনাগত দিনত খেল মহাৰণত অন্তৰ্ভুক্ত হ'ব টাইকোৱানডো ।ইয়াৰ দ্বাৰা উপকৃত হ'ব ৰাজ্যৰ ৩৫ খন জিলাৰ হাজাৰ হাজাৰ টাইকোৱানডো খেলুৱৈ ।এই কথা সদৰি কৰিছে সদৌ অসম টাইকোৱানডো সন্থাৰ কাৰ্যকৰী সভাপতি
Read More...

‘বাজিগাৰ ২’ত নায়ক হিচাপে শ্বাহৰুখক বিচাৰে প্ৰযোজকে

বলীউডৰ শ্ৰেষ্ঠ পৰিচালক জুটি আব্বাছ-মস্তানে পৰিচালনা কৰা বাজিগাৰ হিন্দী চিনেমাৰ জগতৰ এক ইতিহাস। ১৯৯৩ চনত মুক্তি পোৱা ‘বাজিগৰ’ চিনেমাখন ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কেৰিয়াৰৰ মাইলৰ খুঁটি। জনপ্ৰিয় থ্ৰিলাৰ ছবিখনৰ ছিকুৱেলে পুনৰ পৰ্দাত আঘাত
Read More...

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ)ত মুকলি অসম মণ্ডপ

অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু এ আই ডি চি লিমিটেডৰ এম ডি ড০ পি উদয় প্ৰবীনে বৃহস্পতিবাৰে ইয়াৰ প্ৰগতি ময়দানৰ ভাৰত মাণ্ডপমত ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আই আই টি এফ) ২০২৪ত অসম পেভিলিয়ন
Read More...

অধ্যয়নৰত উচ্চ শিক্ষিত যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ঘৰুৱাবাহাৰ উচ্চ শিক্ষিত যুৱক হৰেকৃষ্ণ নাথৰ স্বাৱলম্বিতাৰ নিদৰ্শন! মন কৰিলেই চন বাকৰি মাটিতো হয় ধন।অধ্যয়নৰ সমান্তৰালকৈ ১৮ বিঘাৰ দুটাকৈ পুখুৰীত মীন পালন,পশুপালন আৰু কৃষি কৰ্মেৰে স্বাৱলম্বী
Read More...

কোনো বেমাৰ নোহোৱাকৈ একমিনিটৰ ভিতৰতে স্বামী-স্ত্ৰীৰ চিনেমাৰ কায়দাত মৃত্যু

এক মিনিটৰ ভিতৰতে এহাল দম্পতীৰ মৃত্যু হৈছে। কোনো অসুখ, কোনো দুৰ্ঘটনা নোহোৱাকৈ স্বামীৰ মৃত্যুৰ একমিনিট পিছতে পত্নীৰ মৃত্যু হয়। আকস্মিক এই ঘটনাত স্তম্ভিত হৈ পৰিছে সমগ্ৰ পৰিয়াল। গোটেই গাঁওখন এতিয়া শোকত ভাগি পৰিছে। সৰ্বভাৰতীয়
Read More...

বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত “খেল মহাৰণ”ৰ মাজতেই শিশু দিৱস পালন

আজি ১৪ নৱেম্বৰ। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ জন্মদিন অৰ্থাৎ আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষতে শিশু দিৱস হিচাপে পালন কৰা হয়। সমান্তৰালভাৱে চলি আছে খেল মহাৰাণ। খেল মহাৰণক লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ বৰক্ষেত্ৰীত। উল্লেখ্য যে
Read More...