Daily Time Axom
Browsing Tag

India

প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক জনালে ঈদ-আল-আধাৰ শুভেচ্ছা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-উল-আধা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। এক্সত দিয়া এটা পোষ্টত তেওঁ কয়, "ঈদ-উল-আধাৰ শুভেচ্ছা থাকিল! এই বিশেষ উদযাপনে আমাৰ সমাজত সমন্বয় আৰু একেলগে থকাৰ বান্ধোন আৰু অধিক শক্তিশালী কৰি গঢ়ি তুলিব।…
Read More...

ঝাৰখণ্ডত নিৰাপত্তাৰক্ষীৰ হাতত ৪ নক্সালবাদী নিহত

ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ। সোমবাৰে এই সংঘৰ্ষত নিহত হয় ৪ জন নক্সাল। আৰক্ষীৰ সূত্ৰ অনুসৰি নক্সালবাদীৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ কৰা হৈছে। জানিব পৰা মতে, অঞ্চলটোত…
Read More...

অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে টীয়কৰ জেহিদুলে,উৎফুল্লিত টীয়কবাসী

আজি পবিত্ৰ ঈদৰ দিনাই এটা ভাল খবৰ।চাৰিওফালে কেৱল নিৰ্বাচন,মূল্যবৃদ্ধি,অভাৱ অনাতন,চৰকাৰ-বিৰোধীৰ বিভিন্ন ৰাজনৈতিক সমালোচনাৰ মাজতেই এই ভাল খবৰে সমূহ টীয়কবাসীৰ লগতে অসমবাসীক গৌৰৱাম্বিত কৰি তুলিছে।হয়,টীয়কৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰ জেহিদুল…
Read More...

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু, আৰ্থিক ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ

কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত মৃত আৰু আহত লোকৰ সংখ্যা বৃদ্ধি পাইছে। অনুসৰি কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনাত এতিয়ালৈকে ১৫জন লোকৰ মৃত্যু হৈছে। আহত লোকৰ সংখ্যা হ’ল ৬০ জন। অৱশ্যে ৰে’লৱেৰ সূত্ৰ অনুসৰি এই পৰ্যন্ত মৃতকৰ সংখ্যা ৮ জন। কাঞ্চনজঙ্ঘা…
Read More...

চামগুৰিত কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশন আৰু মুকলি সভা

নগাঁও জিলাৰ চামগুৰিৰ সোণাৰীবালি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত আজি দিনযোৰা কাৰ্যসূচীৰে কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ষষ্ঠদশ দ্বি- বাৰ্ষিক অধিবেশন খন অনুষ্ঠিত হয় ৷ কলিয়াবৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আৰু ৰূপহী খণ্ড…
Read More...

সাৱধান… হাঁহৰ শৰীৰত বিয়পিছে এভিয়ান ইনফ্লুৱেঞ্জা

অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ সমীপৰ এখন হাঁহৰ পামত ধৰা পৰিছে এভিয়ান ইনফ্লুৱেঞ্জা। কিন্তু কৰ্তৃপক্ষই কয় যে হাঁহ আৰু কুকুৰাৰ কণী আৰু গো-মাংস খোৱাত কোনো বিপদ নাই। এই কথা স্পষ্ট কৰিছে অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া চৰকাৰে। চাৰিখন হাঁহ-কুকুৰা পামত H7N3…
Read More...

জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ

জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এক বৈঠকত জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে৷ লোকসভা নিৰ্বাচনৰ পিছৰ প্ৰথমখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন…
Read More...

চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ডাম্পাৰ আৰু মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত দুয়োখন গাড়ীৰ চালক আৰু হেণ্ডিমেন আঘাতপ্ৰাপ্ত হয়। ইয়াৰে ডাম্পাৰ খনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত…
Read More...

অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব যোৰহাট-শিৱসাগৰ চাৰিলেনযুক্ত পথ

টীয়কৰ লাহদৈগড়স্থিত বীৰ লাচিত মৈডামত আজি অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা বীৰ লাচিত প্ৰকল্পৰ কামৰ অগ্ৰৰগতিৰ বুজ লয় লগতে অহা ডিচেম্বৰ অথবা এপ্ৰিল ২০২৫ ৰ ভিতৰত সম্পূৰ্ণ…
Read More...

মহানগৰীৰ দিছপুৰ দেৱদাৰু পথত ডকাইতি কাণ্ড

মহানগৰীৰ দিছপুৰ থানাৰ নিচেই সমীপতে দেৱদাৰু পথত মাৰুতি বাহনত অহা দুজনী ছোৱালী আৰু তিনিজন ল'ৰাই সেই পথেৰে আহি থকা লোক এজনক বাট আগুছি ধৰি মোবাইল টকাৰ বেগ কাঢ়ি লোৱাৰ ঘটনাই অঞ্চলতো চাঞ্চল্যকৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে যোৱানিশা ৯মান বজাত…
Read More...