Daily Time Axom
Browsing Tag

India

হাৰিয়ানাৰ আন্দোলনকাৰী কৃষকক সাক্ষাৎ কৰিবলৈ গ’ল তৃণমূলৰ পাঁচজনীয়া প্ৰতিনিধি দল

হাৰিয়ানাৰ আন্দোলনকাৰী কৃষকৰ কাষত থিয় দিছে তৃণমূল কংগ্ৰেছ। প্ৰতিবাদকাৰী কৃষকসকলক সাক্ষাৎ কৰিবলৈ তৃণমূলৰ ৫ জনীয়া এটা প্ৰতিনিধি দল হাৰিয়ানাৰ খানৌৰী সীমান্তলৈ যায়। পাঁচজনীয়া দলটোত আছিল ডোলা সেন, ডেৰেক অ’ব্ৰাইন, মহম্মদ নাদীমুল হক, সাগৰিকা…
Read More...

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কনভয়ত উগ্ৰপন্থী আক্ৰমণ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণ। সোমবাৰে পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈ আছিল মুখ্যমন্ত্ৰীৰ কনভয়। ৰাতিপুৱা ১০.৩০ বাজিছিল। সেই সময়ত দুষ্কৃতিকাৰীয়ে হঠাতে কনভয়টোক লক্ষ্য কৰি গুলীচালনা কৰে। খবৰ অনুসৰি এই…
Read More...

কানাডাত পুনৰ নিহত ভাৰতীয় যুৱক,মৃতদেহ উদ্ধাৰ

কানাডাত পুনৰ নিহত ভাৰতীয় মূলৰ যুৱক। কানাডাৰ ছাৰেত গুলীবিদ্ধ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। মৃতকৰ নাম যুৱৰাজ গোৱেল (২৮)। তেওঁ আছিল পঞ্জাৱৰ লুধিয়ানাৰ বাসিন্দা। যুৱৰাজ ২০১৯ চনত ছাত্ৰ ভিছা লৈ কানাডালৈ আহিছিল। স্নাতক হোৱাৰ পিছত তেওঁ চেলছ…
Read More...

মুকালমুৱাৰ দৰংগীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ বিজয় মহোৎসৱ

নলবাৰী জিলাৰ নৱগঠিত টিহু বিধানসভা সমষ্টিৰ অন্তৰ্গত দৰংগীপাৰাত বৰক্ষেত্ৰী পশ্চিম নলবাৰী মণ্ডল বিজেপিৰ উদ্যোগত বিজয় মহোৎসৱ উদযাপন কৰে। তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী দেশৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ আনন্দত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সকলে…
Read More...

সীমান্ত ৰক্ষী বাহিনীৰ গুলী চালনাত বাংলাদেশী চোৰাংচোৱাৰ মৃত্যু

দেওবাৰে পুৱা বি এছ এফৰ বৰ্ডাৰ আউট পোষ্টৰ জোৱানে ত্ৰিপুৰাৰ কালামচেৰা অঞ্চলত পহৰা দি থকাৰ সময়তে সীমান্তৰ বেৰৰ দুয়োফালে চোকা ধাৰৰ অস্ত্ৰৰে সজ্জিত চোৰাংচোৱাৰ এটা বৃহৎ দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওপৰেৰে চোৰাংচোৱাগিৰি সামগ্ৰী সৰবৰাহ কৰাৰ…
Read More...

“অসমবাসীৰ আশীৰ্বাদ শিৰত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ মই দৃঢ়…

মোদী চৰকাৰৰ ঐতিহাসিক তৃতীয় কাৰ্যকালত পুনৰ কেবিনেট মন্ত্ৰী হিচাপে শপত ল'লে সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে আজি শপতগ্ৰহণ কৰে। মোদী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে পুনৰ স্থান লাভ কৰি…
Read More...

চছল সংসাৰিক আইথান পূজা সমিতিৰ ১৩৯ তম বাৰ্ষিক অনুষ্ঠান সম্পন্ন

জনগোষ্ঠীয় কৃষ্টি দলৰ নৃত্য সম্ভাৰত মুখৰিত চছল আইথান পূজাস্থলী চছল সাংসাৰিক আইথান পূজা অতি ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত বুলি লোকবিশ্বাস ৷ চছল গাঁৱৰ অতি পুৰণা বাসিন্দা কাৰ্বি আৰু বড়ো জনগোষ্ঠীসকলৰ খেতি-বাতিত সুফল পোৱাৰ বাবে আৰু ৰাইজৰ…
Read More...

চেলেংহাটস্থিত শ্ৰীশ্ৰীকৰ্দৈগুৰি সত্ৰৰ বুলনি চ’ৰা উন্মোচন

১৬৩৮ চনত প্ৰতিষ্ঠা লাভ কৰা চেলেংহাটস্থিত শ্ৰীশ্ৰীসুনন্দদেৱ স্থাপিত শ্ৰীশ্ৰীকৰ্দৈগুৰি সত্ৰৰ বুলনি বাট চ'ৰা ভাগি আজি এক আধ্যত্মিক পৰিবেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। চাৰিং জকাই সত্ৰৰ লৰি অধিকাৰ গিৰীশ চন্দ্ৰ মহন্ত উন্মোচক হিচাপে উপস্থিত…
Read More...

বৰনগৰ মহাবিদ্যালয়ত কেঁচু সাৰ প্ৰস্তুত কৰা সম্পৰ্কত কৰ্মশালা

বৰপেটা জিলাৰ সৰভোগৰ ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়ত Assam Science Technology & Environment Council উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ ECO ক্লাৱৰ সহযোগত কেঁচুসাৰ প্ৰস্তুত কৰা সম্পৰ্কত এখন কৰ্মশালা অনুষ্ঠিত হয়,এই কৰ্মশালাত বৰনগৰ জুৰোৰাম পাঠক…
Read More...

মোডীৰ মন্ত্ৰীসভাত কোন কোন থাকিব পাৰে

পুনৰ নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ ওলাইছে। সন্ধিয়া ৭:১৫ বজাত ৰাষ্ট্ৰপতি ভৱন ৰাইচিনা পাহাৰ চৌহদত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে মোদীয়ে এন ডি এৰ নেতাসকলক সাক্ষাৎ কৰিছিল। এনে বহু নেতাই…
Read More...