Daily Time Axom
Browsing Tag

India

দিল্লীত তীব্ৰ গৰম, নূন্যতম তাপমাত্ৰা ৩০ ডিগ্ৰীতকৈও অধিক

ৰাজধানী দিল্লীত সৰ্বনিম্ন উষ্ণতা ৩০ ডিগ্ৰীৰ ওপৰত হোৱাৰ বিপৰীতে সৰ্বোচ্চ উষ্ণতা ৫০ ডিগ্ৰীৰ ওচৰত। অৱশ্যে এয়াৰ অফিচে কিছু সকাহৰ খবৰ দিছে। যদিও আকাশ পৰিষ্কাৰ হ’ব, কিন্তু লঘু বৰষুণ হ’ব। দিল্লীৰ বিভিন্ন প্ৰান্তত চলি আছে গৰমৰ ঢৌ। সময়ৰ লগে লগে…
Read More...

পোছাক উদ্যোগৰ দক্ষতা আৰু উদ্ভাৱন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে গুৱাহাটীত এএমএইচএছএছচিৰ চেণ্টাৰ অৱ…

পোছাক খণ্ডৰ বিকাশৰ বাবে অসমত এএমএইচএছএছচিৰ উন্নত প্ৰশিক্ষণ কেন্দ্ৰ মুকলি এপেৰেল, মেড-আপ এণ্ড হোম ফাৰ্নিছিং চেক্টৰ স্কিল কাউন্সিল (এএমএইচএছএছচি)য়ে অসমৰ গুৱাহাটীত এটি চেণ্টাৰ অৱ এক্সিলেন্স (চিঅ'ই) উদ্বোধন কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক…
Read More...

যোৱা ৪৮ ঘণ্টাত উৰিষ্যাত হিটষ্ট্ৰকত ৫৪ জন লোকৰ মৃত্যু

তীব্ৰ গৰমৰ বাবে উৰিষ্যাত এতিয়া চিন্তনীয় পৰিস্থিতি। গৰমৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ৪৮ ঘণ্টাত উৰিষ্যাত গৰমৰ ফলত ৫৪ জন লোকে প্ৰাণ হেৰুৱাইছে। তীব্ৰ গৰমৰ ঢৌৰ বাবে উৰিষ্যাত মৃত্যুৰ সংখ্যা ৯৬ লৈ বৃদ্ধি অৱশ্যে ৫৪জন লোকৰ…
Read More...

“বন্ধু ৯১” আৰু গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা চাফাই অভিযান

"বন্ধু ৯১" আৰু গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা চাফাই অভিযানৰ কাৰ্য্যসূচী উল্লেখ্য যে ৯১ চনৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ দ্বাৰা "বন্ধু ৯১" নামেৰে এটা সংগঠনৰ জন্ম দিয়া হৈছিল সেই সংগঠনটোৱে আজি স্বচ্ছতা অভিযানৰ‌ কাৰ্যসূচীটো ৰূপায়ন কৰে কামৰূপ…
Read More...

“প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ”ৰ বাবে মনোনয়ন আহ্বান

"প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ" (Pradhan Mantri Rashtriya Bal Puraskar)ৰ বাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা শিশুসকলক স্বীকৃতি প্ৰদান সন্দৰ্ভত মহিলা আৰু শিশু উন্নয়ন মন্ৰালয়ে জিলাসমূহৰ পৰা মনোনয়ন পত্ৰ বিচাৰিছে । যোগ্যতা সম্পন্ন…
Read More...

দৰঙৰ ওন্দোলাঝাৰত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাই সদ্য ঘোষিত হাই স্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী ক সম্বৰ্ধনা জনাই আহিছে। সমান্তৰালকৈ ওন্দোলাঝাৰ আঞ্চলিক নেমছুয়ে…
Read More...

বোন্দিয়াৰ আলগা অঞ্চলৰ পৰা ৫০ কিলোগ্ৰাম ওজনৰ ২০ বেগ চেনি জব্দ

যোৱা নিশা প্ৰায় ১:৩০ বজাত এক গোপন তথ্যৰ ভিত্তিত দক্ষিণ শালমাৰা আৰক্ষীৰ দলে বোন্দিয়াৰ আলগা অঞ্চলৰ পৰা ৫০ কিলোগ্ৰাম ওজনৰ ২০ বেগ চেনি জব্দ কৰিবলৈ সক্ষম হয় যিবোৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বাংলাদেশলৈ চোৰাংভাৱে লৈ যোৱা হৈছিল আৰু তেওঁলোকৰ বাবে…
Read More...

কচুবাৰী মহাপ্ৰভূ শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত চুৰিকাণ্ড

তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰী মহাপ্ৰভূ শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰত চুৰিকাণ্ড মণিকূটৰ দুৱাৰ ভাঙি চোৰে লুটি নিলে আঢ়ৈ কেজি ওজনৰ ৰূপৰ গোপালৰ মূৰ্ত্তী এটাৰ লগতে ভক্তই আগবঢ়োৱা সোনৰ ফুল ২০০ পাহ, ৰূপৰ ফুল ৩০০ পাহ। প্ৰতিকূল বতৰৰ মাজতে…
Read More...

শেষ হ’ল দেশৰ চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন

১৮ নং লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। পশ্চিম বংগকে ধৰি ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত শনিবাৰে সপ্তম বা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। সন্ধিয়া ৫ বজালৈ সমগ্ৰ দেশত ৫৮.৩ শতাংশ ভোট। এই ৰাজ্যসমূহৰ বাহিৰেও উত্তৰ…
Read More...

কামৰূপ মহানগৰ নিৰ্বাচনী জিলাত ভোটগণনাত নিয়োজিত বিষয়া-কৰ্মচাৰীৰ প্ৰশিক্ষণ সম্পন্ন

অহা ৪ জুনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ভোট গণনা প্ৰক্ৰিয়াত নিয়োজিত বিষয়া-কৰ্মচাৰী সকলৰ যাৱতীয় প্ৰশিক্ষণৰ আজি অন্ত পৰে । প্ৰশিক্ষণৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা আয়ুক্ত…
Read More...