বিলাসীপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত শিক্ষাৰ্থীৰ মৃত্যু,আহত ৪ যাত্ৰী
আজি পূৱা ৬-৩০ মান বজাত প্ৰবল ধুমুহাৰ ভয়াৱহতাৰ মাজতে বিলাসীপাৰাত শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হোৱাত এজন শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ লগতে চাৰি জন যাত্ৰী আহত হয়।
প্ৰচণ্ড ধুমুহাৰ ফলত পথত বাগৰি পৰিল শিক্ষার্থী কঢ়িয়াই অনা অ'টো।
দুর্ঘটনাত থিতাতে নিহত…
Read More...
Read More...