Daily Time Axom
Browsing Tag

Injured

ভয়ংকৰ পথ দুৰ্ঘটনা, যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ১০ জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ১৩ জানুৱাৰীঃ মহাৰাষ্ট্ৰৰ নাছিকত ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে পুৱা সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। নাছিক–ছিন্নাৰ পথত এখন যাত্ৰীবাহী বাছৰ সৈতে ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১০জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত আহত হয় ৪০ জন যাত্ৰী। জানিব পৰা মতে,
Read More...

ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই বাইক আৰোহী

নিউজ ডেস্ক, ১১ জানুৱাৰী: ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী। আনহাতে গুৰুতৰভাৱে আহত হয় এজন যুৱক। মৃত যুৱক দুজন ৰঙিয়াৰ তুলসীবাৰী মাহতলীৰ সঞ্জু দাস আৰু ৰিমন বিশ্বাস বুলি জানিব পৰা গৈছে। দুখন বাইকৰ
Read More...

আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত ৩ জন যাত্ৰী

নিউজ ডেস্ক, ৯ জানুৱাৰীঃ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত ভয়ংকৰ বাছ দুৰ্ঘটনা। ঘন কুঁৱলীৰ বাবে আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে পৰা চুলতানপুৰ অভিমুখী বাছখন পিপ্ৰাউলি গাঁৱত বাগৰি পৰে। এই দুৰ্ঘটনাত তিনিজন যাত্ৰী নিহত হোৱাৰ লগতে আন ১৮ জন আহত হয়। থাটিয়া
Read More...

ভয়ংকৰ দুৰ্ঘটনাত পতিত মহেন্দ্ৰ হাজৰিকাৰ বাহন, গুৰুতৰভাবে আহত কণ্ঠশিল্পীগৰাকী

নিউজ ডেস্ক, ৯ জানুৱাৰীঃ দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। শিৱসাগৰৰ দিখৌ দলঙত দুৰ্ঘটনাগ্ৰস্ত কণ্ঠশিল্পীগৰাকীৰ বাহন। দলঙৰ কাষৰ এজোপা গছত খুন্দিয়াই বাহনখনে। দুৰ্ঘটনাত আহত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা। জয়সাগৰৰ পৰা শিৱসাগৰ অভিমুখে
Read More...

মৰ্মান্তিক! ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁইৰ

নিউজ ডেস্ক, ৩ জানুৱাৰীঃ নাৰায়ণপুৰত শোকাৱহ পথ দুৰ্ঘটনা। নাৰায়ণপুৰৰ ভোগপুৰ উৰণ সেতুৰ সমীপত এই ঘটনা। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ধেমাজিৰ পৰা গুৱাহাটী অভিমুখী এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ
Read More...

ৰাজস্থানত ভয়ংকৰ ঘটনা, পালিত যাত্ৰীবাহী ৰে’লৰ ১১টা ডবা লাইনচ্যুত

নিউজ ডেস্ক, ২ জানুৱাৰীঃ ৰাজস্থানৰ পালিত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় সূৰ্যনগৰী এক্সপ্ৰেছ ।পুৱতি নিশা দুৰ্ঘটনাত পতিত হোৱা ৰে'লখনৰ প্ৰায় ১১টা দবা লাইনচ্যুত হোৱাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো যাত্ৰী । যোধপুৰলৈ ৰাওনা হৈ থকা অৱস্থাত ৰে'লখন
Read More...

কামপুৰ বৈঠালাংছো পথত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ২জন

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ কামপুৰ বৈঠালাংছো পথত ভয়ংকৰ পথ দুৰ্ঘটনা। কচুৱাৰ বগৰিতলত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। তীব্ৰ গতিৰে নগাঁৱৰ পৰা শিঙিমাৰীলৈ আহি থকা এখন টাটা মেজিক নিয়ন্ত্ৰন হেৰুৱাই পথৰ কাষত থকা পুখুৰীত সোমাই এই দুৰ্ঘটনাটো সংঘটিত হয়।
Read More...

নগাঁৱত তেলচোৰক আৰক্ষীৰ গুলীচালনা, পলায়নৰ চেষ্টা কৰোতে গুলীচালনা আৰক্ষীৰ

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ নগাঁৱত নিশা আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ কুখ্যাত তেল চোৰ ইমদাদ আলী। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টাৰ সময়তে গুলীচালনা। নগাঁও আৰক্ষীয়ে বিভিন্ন জিলাৰ পৰা আটক কৰিছিল তেল চুৰি চক্ৰক। তেল চুৰিৰে জড়িত ১০জনক আটক কৰিছিল
Read More...

গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা, দুৰ্ঘটনাত ৯জনৰ মৃত্যু

নিউজ ডেস্ক, ৩১ ডিচেম্বৰঃ গুজৰাটৰ নৱসাৰীত ভয়ংকৰ বাছ দুৰ্ঘটনা। এখন বাছ আৰু এখন ফৰ্চুনাৰ বাহনৰ মুখামুখি সংঘৰ্ষ । বাছখন চুৰাটৰ পৰা ভালচাদলৈ গৈ আছিল। জানিব পৰা মতে, চলন্ত বাছত চালকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এই দুৰ্ঘটনা সংঘটিত হৈছে।
Read More...

অৱশেষত ট্ৰেংকোলাইজ কৰা হ’ল চটাইত আতংক চলোৱা নৰখাদক বাঘটোক

নিউজ ডেস্ক, ২৭ অক্টোবৰঃ টীয়কৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰৰ চৌহদত সোমবাৰৰ পৰা নাহৰফুটুকী বাঘে আতংক চলাই আহিছে।বাঘটোৱে নিদ্ৰা হৰণ কৰিছে সকলোৰে।বন বিভাগৰ লোকে দিনে ৰাতিয়ে অহৰহ চেষ্টা চলাইছে বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ অথবা ট্ৰনকোলাইজ
Read More...