Daily Time Axom
Browsing Tag

Injured

আজি অভিশপ্ত ২৬/১১, মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ ঘটনাই অতিক্ৰম কৰিলে ১৪টা বছৰ

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ মায়ানগৰী মুম্বাইত সংঘটিত ভয়ংকৰ ঘটনাই অতিক্ৰম কৰিলে ১৪টাকৈ বছৰ৷ আজি সেই অভিশপ্ত ২৬/১১ ৷ ২০০৮ চনৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল প্ৰায় ১৬৪ গৰাকী লোকে৷ নিমিষতে তেজেৰে ৰাঙলী হৈ পৰিছিল
Read More...

মিকিৰভেটাৰ ভেহুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ১জন, আহত ২

নিউজ ডেস্ক,২৫ নৱেম্বৰ: মিকিৰভেটাৰ ভেহুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত ১জন, গুৰুতৰভাৱে আহত ২জন। মিকিৰভেটা আৰক্ষী চকীৰ এলেকাধীন বৰিবজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ভেহুগুৰিৰ দীঘলী পথাৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। জানিব পৰা মতে,
Read More...

নিশা মহানগৰীৰ সাউকুছিত পথ দুৰ্ঘটনা, আহত ৩ জনকৈ লোক

নিউজ ডেস্ক, ২২ নৱেম্বৰঃ নিশা মহানগৰীৰ সাউকুছিত পথ দুৰ্ঘটনা। এখন ছুইফট বাহনৰ খুন্দাত আহত ৩ জনকৈ লোক। তীব্ৰবেগী ছুইফট বাহনৰ খুন্দা এখন স্কুটাৰত। অত্যাধিক সুৰাপান কৰি গাড়ী চলাইছিল ছুইফটৰ চালকে। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আহত লোককেইজনক৷
Read More...

ইণ্ডোনেছিয়াত ৫.৬ প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি, ৪৬ জনৰ মৃত্যু, আহত ৭ শতাধিক লোক

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৬। ভূমিকম্পত এই পৰ্যন্ত কমেও ৪৬জন লোক নিহত। আনহাতে ভূমিকম্পত আহত ৭ শতাধিক লোক। পশ্চিম জাভাৰ চিয়ানজুৰত ১০ কিলোমিটাৰ (৬.২১ মাইল)
Read More...

উৰিষ্যাৰ জাজপুৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, মালবাহী ৰে’ল লাইনচ্যুত হৈ তিনিজনৰ মৃত্যু

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ উৰিষ্যাৰ ভদ্ৰকৰ সমীপত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা সংঘটিত হৈছে। দ্ৰুতগতিত অহা এখন মালবাহী ৰে’ল লাইনচ্যুত হৈ প্লেটফৰ্মৰ অভাৰব্ৰীজত উঠিল। লণ্ডভণ্ড হৈ পৰিল সমগ্ৰ ষ্টেচন। এই দুৰ্ঘটনাত তিনিজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
Read More...

বিহাৰৰ বৈশালী জিলাত শোকাৱহ দুৰ্ঘটনা, দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ১৫জনকৈ লোক

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ বিহাৰৰ বৈশালী জিলাত শোকাৱহ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ১৫জনকৈ লোকক। দুৰ্ঘটনাত এই পৰ্যন্ত মৃত্যু শিশুসহ ১২ জন লোকৰ। পথৰ দাঁতিত আঁহত গছৰ তলত পূজা কৰি থকাৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে,
Read More...

শবৰীমালাত দুৰ্ঘটনাত পতিত হয় তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন বাছ

কেৰালাঃ অন্ধ্ৰপ্ৰদেশৰ পৰা ৪৪ জন শবৰীমালা তীৰ্থযাত্ৰী কঢ়িয়াই অনা এখন বাছ পাথানামথিট্টাৰ লাহাৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তিনিজন লোকক কোট্টায়াম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।
Read More...

ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত নিহত দুজন

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ডিগবৈৰ টিংৰাইত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰখাই থোৱা ট্ৰাকত খুন্দা দ্ৰুতবেগী চুইফ্ট বাহনৰ। দুৰ্ঘটনাত নিহত হয় দুজন লোক। নিহত লোক দুজন যদুমণি শেনচোৱা আৰু দেৱৰাজ সোণোৱাল। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দেৱাশিস পাচনি নামৰ আন এজন লোক।
Read More...

দুধনৈত শোকাৱহ দুৰ্ঘটনা ! ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত একেটা পৰিয়ালৰ ৬জন সদস্য, নিহত এজন

নিউজ ডেস্ক, ১৪ নৱেম্বৰঃ দুধনৈৰ ডাবেলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাস চাবলৈ গৈ দুৰ্ঘটনাত পতিত একেটা পৰিয়ালৰ ৬জন সদস্য। দুৰ্ঘটনাৰ ফলত শিল্পাশ্ৰী দাস নামৰ যুৱতীগৰাকী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন ৬গৰাকীকৈ লোক। ই-ৰিক্সাৰে দুধনৈৰ ৰাস মহোৎসৱ
Read More...

মুকালমুৱাৰ মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন, আহত ৫জন

নিউজ ডেস্ক,১১ নৱেম্বৰ: ৰাসৰ আনন্দৰ মাজতে মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।‌ বৰপেটাৰ চেঙাৰ দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহন আৰু বিপৰীত দিশৰ পৰা যোৱা এখন পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত বাইক আৰোহী এজন
Read More...