Daily Time Axom
Browsing Tag

Injured

দিল্লীত অচিনাক্ত বন্দুকধাৰীৰ গুলীচালনাত নিহত দুই

নিউজ ডেস্ক, ২৩ আগষ্টঃ দিল্লীত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দিল্লীৰ বাক্কাৰৱালা অঞ্চলত সশস্ত্ৰ আক্ৰমণকাৰীৰ দ্বাৰা আক্ৰমণৰ পিছত দুজন লোক গুলীবিদ্ধ হোৱাৰ বিপৰীতে এজন গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। সোমবাৰে নিশা বাক্কাৰৱালাৰ জে জে কলনিৰ বি
Read More...

বৰপেটাৰ বৰভিটা গাঁৱত ভয়াবহ অগ্নিকাণ্ড

নিউজ ডেস্ক, ১৩ আগষ্ট : বৰপেটা জিলাৰ বৰভিটা গাঁৱত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এই অগ্নিকাণ্ডত চাৰিটা ঘৰ ভষ্মিভূত হোৱাৰ লগতে আহত হৈছে দুজন। কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা গাঁৱৰ বৰকাতুল্লা, আশ্ৰফ আলী, ময়নুল হক, মোনোৱাৰ
Read More...

দক্ষিণ আফ্ৰিকাৰ বাৰত গুলীচালনা, নিহত ১৫ জন লোক

নিউজ ডেস্ক,১০ জুনঃ ৰাইফল আৰু পিষ্টলৰে সজ্জিত বন্দুকধাৰীৰ এটা দলে দেওবাৰে পুৱতি নিশা দক্ষিণ আফ্ৰিকাৰ চৱেটো চহৰৰ এখন বাৰত বহি থকা লোকসকলৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ১৫ জন নিহত হয় আৰু ৯ জন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Read More...

এনকাউণ্টাৰঃ এইবাৰ আৰক্ষীৰ গুলীত গুলীবিদ্ধ চিলনী চোৰ

নিউজ ডেস্ক,৬ জুলাইঃ ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ কোকৰাঝাৰ আৰক্ষীয়ে গুলীয়ালে চিলনী চোৰক। গুলীবিদ্ধ চিলনী চোৰটোৰ নাম বিনয় দাস বুলি জানিব পৰা গৈছে। বিনয় দাস বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাঁৱৰ বাসিন্দা। যোৱা
Read More...