Daily Time Axom
Browsing Tag

Injured

উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও ফ্লাইঅভাৰত অঘটন

নিউজ ডেস্ক, ৩১ আগষ্টঃ উদ্বোধনৰ ২৪ ঘণ্টা নৌহওঁতেই মালিগাঁও ফ্লাইঅভাৰত অঘটন।বৃহস্পতিবাৰে পুৱা এই দুৰ্ঘটনা সংঘটিত হয়।এখন ট্ৰাকে মহটিয়ালে GMCৰ চাফাইকৰ্মীৰ ঠেলা। ঘটনাত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় এগৰাকী চাফাইকৰ্মী। আৰক্ষীয়ে জব্দ কৰিছে
Read More...

দুৰ্ঘটনাত পতিত বলব’ম যাত্ৰীৰ বাহন; আহত ১১ জন

নিউজ ডেস্ক, ২৮ আগষ্টঃ জখলাবন্ধাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন বলব'ম যাত্ৰীৰ বাহন। বলেৰ' পিকআপ বাহনৰ খুন্দাত বগৰিল যাত্ৰীবাহী টেম্প'। দুগৰাকী যুৱতীসহ ১১জন বোলবোম যাত্ৰী আছিল টেম্প'ত। আমলখিৰ
Read More...

নিয়ন্ত্ৰণ হেৰুৱাই ব্ৰহ্মপুত্ৰৰ দ’ খাৱৈত বাগৰিল এখন বাহন, থিতাতে মৃত্যু এজন যুৱক

নিউজ ডেস্ক, ২৮ আগষ্টঃ মায়ঙৰ চনকা হিলৈখুন্দাত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা ব্ৰহ্মপুত্ৰ নৈত বাগৰিল এখন বাহন। দুৰ্ঘটনাত থিতাতে মৃত্যু এজন যুৱক। বাহনখনত আছিল ৪জন যুৱক-যুৱতী।আহতকেইজনক উদ্ধাৰ কৰি GMCHত ভৰ্তি কৰোৱা হৈছে। চনকাৰ পাহাৰীয়া পথেৰে
Read More...

যাত্ৰীবাহী ৰে’লত ভয়ংকৰ দুৰ্ঘটনা, মৃত্যু ১০ গৰাকী যাত্ৰী

নিউজ ডেস্ক, ২৬ আগষ্টঃ পুনালুৰ-মাদুৰাই এক্সপ্ৰেছত অগ্নিকাণ্ড। তামিলনাডুৰ মাডুৰাইত শনিবাৰে পুৱা ৰে'লখনৰ এটা প্ৰাইভেট পাৰ্টী ক’ছত সংঘটিত হৈছে এই ঘটনা। এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।যাত্ৰীয়ে চোৰাং গেছ চিলিণ্ডাৰ
Read More...

কাৰ্গিলত ভয়ংকৰ বিস্ফোৰণ, নিহত ৩, আহত ১১ জন

নিউজ ডেস্ক, ১৯ আগষ্টঃ লাডাখৰ কাৰ্গিল জিলাত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ৩ জন লোক নিহত হোৱাৰ উপৰিও প্ৰায় ১০ জন লোক আহত হৈছে।আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। শুকুৰবাৰে এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ
Read More...

লখিমপুৰত আৰক্ষীৰ গুলীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৪ আগষ্টঃ লখিমপুৰত আৰক্ষীৰ গুলীচালনা। গুলীবিদ্ধ আনাৰুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। বঙালমৰাৰ ২নং ইছলামপুৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় সৰবৰাহকাৰী আনাৰুল। ভাতৃ ছাদ্দাম হুছেইনৰ সন্ধানত
Read More...

ৰাজ্যত পুনৰ চিলনী চোৰক এনকাউণ্টাৰ

নিউজ ডেস্ক, ৭ আগষ্টঃ মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। চন্দ্ৰপুৰত পল্টন বজাৰ আৰক্ষীৰ গুলীত আহত চিলনী চোৰ।চিলনী চোৰটোৰ নাম অৰ্জুন সাহা। মহিলাৰ চেইন টানি চুৰি কৰিছিল অৰ্জুন সাহাই।বাঁও ভৰিত গুলী লাগিছে চিলনী চোৰটোৰ। সম্প্ৰতি GMCHত ভৰ্তি
Read More...

শোকাৱহ বাছ দুৰ্ঘটনা, বাছ বাগৰি শিশুসহ ২৯ গৰাকীৰ মৃত্যু

নিউজ ডেস্ক, ৬ জুলাইঃ মেক্সিকোত শোকাৱহ বাছ দুৰ্ঘটনা। বাছ বাগৰি শিশুসহ ২৯ গৰাকীৰ মৃত্যু। নিয়ন্ত্ৰণ হেৰুৱাই ৮০ ফুট দ খাৱৈত বাগৰিল বাছখন।মেক্সিকো চহৰৰ পৰা মিক্সটেকা অভিমুখী আছিল বাছখন। নিহতসকলৰ ভিতৰত আছে এবছৰীয়া শিশুসহ ১৩ পুৰুষ, ১৩ গৰাকী
Read More...

ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত প্ৰায় ৪০জনকৈ যাত্ৰী

নিউজ ডেস্ক, ৪ জুলাইঃ চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই ৰাস্তাৰ কাষত বাগৰি পৰিল যাত্ৰীবাহী এখন আল্ট্ৰা বাছ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় ৪০জনকৈ যাত্ৰী। আহতসকলক
Read More...

মহাৰাষ্ট্ৰৰ বুলধানা অঞ্চলত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড, অগ্নিকাণ্ডত ২৬ জন যাত্ৰীৰ মৃত্যু

নিউজ ডেস্ক, ১ জুলাইঃ মহাৰাষ্ট্ৰত শোকাৱহ ঘটনা। চলন্ত বাছত জুই লাগি ২৬ জন যাত্ৰীৰ মৃত্যু। নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই ঘটনা। নাগপুৰৰ পৰা পুণে অভিমুখে গৈ আছিল বাছখন। সমৃদ্ধি মহামাৰ্গ এক্সপ্ৰেছ হাইৱেৰ বুলধানাত সংঘটিত হয় এই ঘটনা। বাছখনত
Read More...