Daily Time Axom
Browsing Tag

Injured

তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন

নিউজ ডেস্ক, ৩০ জুনঃ তামুলপুৰৰ কাউলীত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু চাইকেলৰ সংঘৰ্ষত নিহত এজন লোক।গুৰুতৰভাৱে আহত হৈছে আন দুজন লোক। নিহত যুৱকজনৰ নাম অজিত সিংহ বুলি জানিব পৰা গৈছে।চিকিৎসাালয়লৈ নিয়াৰ পথতে মৃত্যু হয় যুৱকজনৰ।
Read More...

ছিপাঝাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বাছ নিয়ন্ত্ৰণ হেৰুৱাই সোমালগৈ খাৱৈত

নিউজ ডেস্ক, ২৯ জুনঃ ছিপাঝাৰত পুৱাই পথ দুৰ্ঘটনা। ছিপাঝাৰৰ মাৰৈত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমালগৈ এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাৰ ফলত শিশু-মহিলাসহ গুৰুতৰভাৱে আহত হয়। আহত ১৫জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
Read More...

বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা, তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু

নিউজ ডেস্ক, ২৮ জুনঃ বৰপেটাৰোড চহৰত পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতীৰ খুন্দাত APDCLৰ কৰ্মচাৰীৰ মৃত্যু। মঙলবাৰে নিশা প্ৰায় ৮-৩০ বজাত বৰপেটাৰোডৰ এ পি ডি চি এলৰ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত লোকজন বৰপেটাৰ হেমন্ত দাস। দুৰ্ঘটনাটোত
Read More...

বোকাখাতৰ লটাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এটি কিশোৰ

নিউজ ডেস্ক, ২৭ জুনঃ বোকাখাতৰ লটাবাৰীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাস্থলীতে নিহত এটি কিশোৰ, গুৰুতৰভাৱে আহত ৩জনৈ লোক। ঘটনাত নিহত উত্তৰ প্ৰদেশৰ নিৰ্মল ৰামকুমাৰ।গুৰুতৰভাৱে আহত দুজনক GMCHলৈ প্ৰেৰণ কৰা হয়। লতাবাৰীৰ ইণ্ডিয়ান পেট্ৰ'ল পাম্পৰ
Read More...

নগাঁৱৰ চলচলিত গুলীচালনাৰ ঘটনা, ব্যৱসায়ীলৈ লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ২৭ জুনঃ নগাঁৱত ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা। হয়বৰগাঁৱৰ চলচলিত সংঘটিত হয় এই ঘটনা। হাফিজুৰ ৰহমান নামৰ ব্যৱসায়ীলৈ লক্ষ্য কৰি এই গুলীচালনা। গুলী চালনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ইনামূল হাছান নামৰ এজন লোকক।
Read More...

মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছ

নিউজ ডেস্ক, ২৬ জুনঃ মহানগৰীৰ কাহিলিপাৰাত ভয়ংকৰ দুৰ্ঘটনা। সৰ্বশিক্ষাৰ চৌহদত সোমাল তীব্ৰবেগী চিটীবাছ। নিয়ন্ত্ৰণ হেৰুৱাই সৰ্বশিক্ষাৰ চৌহদত সোমাল চিটীবাছখন। দ্ৰুতবেগৰে যোৱা এখন চিটিবাছে মহতিয়াই নিলে আন এখন চিটিবাছক।চিটীবাছখনৰ নম্বৰ AS 01 HC
Read More...

উৰিষ্যাত শোকাৱহ বাছ দুৰ্ঘটনা, ১২জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ২৬ জুনঃ উৰিষ্যাত শোকাৱহ বাছ দুৰ্ঘটনা। গঞ্জাম জিলাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত ১২জন লোকৰ মৃত্যু, আহত হৈছে ৮জনকৈ লোক। দুখন বাছৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় ভয়ংকৰ বাছ দুৰ্ঘটনাটো।আহতসকলক বঢ়মপুৰৰ এম কে চি জি
Read More...

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ পাছতে পশ্চিমবংগৰ বাঁকোৰাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নিউজ ডেস্ক, ২৫ জুনঃ পশ্চিম বংগৰ বাংকুড়াত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা। দুখন মালবাহী ৰে'লৰ সংঘৰ্ষত লাইনচ্যুত হয় ১২টাকৈ ডবা। ওন্দা ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। ষ্টেচনত ৰৈ থকা এখন ৰে'লক আন এখন চলন্ত ৰে'লে খুন্দিওৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ
Read More...

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজনকৈ যুৱক

নিউজ ডেস্ক, ২১ জুনঃ ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা। ছুইফট বাহন আৰু ডাম্পাৰৰ সংঘৰ্ষৰ ফলত থিতাতে প্ৰাণ গ'ল দুজনকৈ যুৱকৰ। নিহত যুৱকদ্বয় ক্ৰমে সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন। দুৰ্ঘটনাত আহত হোৱা অজন্ত বৰুৱা আৰু ৰিপুন সোণোৱালক
Read More...

কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ট্ৰাকচালক

নিউজ ডেস্ক, ১৬ জুনঃ কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাকচালকজন, গুৰুতৰভাৱে আহত নৈশ বাছখনত থকা প্ৰায় ১৯ জনকৈ যাত্ৰী। কলিয়াবৰ আৰক্ষী
Read More...