Daily Time Axom
Browsing Tag

Injured

পুনৰ ৰক্তাক্ত মণিপুৰ, গুলীচালনাত নিহত ৯জনকৈ লোক

নিউজ ডেস্ক, ১৪ জুনঃ পুনৰ ৰক্তাক্ত মণিপুৰ। পূব ইম্ফলৰ এটা গীৰ্জাত দুৰ্বৃত্তৰ গুলীচালনা। গুলীচালনাত মহিলাসহ ৯ জনকৈ লোকৰ মৃত্যু আৰু ১১ জনকৈ লোক আহত হয়।পূৱ ইম্ফলৰ সীমান্ত অঞ্চল কাংপকপিৰ এগিজাং গাঁৱত মঙ্গলবাৰে নিশা এই ঘটনা সংঘটিত হয়। আহতসকলক
Read More...

নয়ডাৰ ফিল্ম চিটিৰ লক্ষ্মী ষ্টুডিঅ’ত অঘটন, ফেশ্বন শ্ব’ৰ মাজতে লোৰ খুটা পৰি মৃত্যু মডেলৰ

নিউজ ডেস্ক, ১২ জুনঃ নয়ডাৰ ফিল্ম চিটিৰ লক্ষ্মী ষ্টুডিঅ'ত অঘটন। ফেশ্বন শ্ব'ৰ মাজতে লোৰ খুটা পৰি মৃত্যু এগৰাকী ২৪ বছৰীয়া মডেল। মৃত্যু হোৱা মডেলগৰাকী বনশিখা ছোপ্ৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, লাইটৰ বাবে ব্যৱহাৰ কৰা এটা খুটা হঠাতে
Read More...

মণিপুৰৰ ছেৰৌত দুৰ্বৃত্তৰ গুলীত নিহত BSF জোৱান, আহত আছাম ৰাইফলছৰ ২জনকৈ জোৱান

নিউজ ডেস্ক, ৬ জুনঃ মণিপুৰত অব্যাহত আছে হিংসাত্মক পৰিস্থিতি। মঙলবাৰে পুৱা কাকচিঙত সংঘটিত প্ৰচণ্ড গুলীচালনাত নিহত হয় এজন BSF জোৱান। নিহত জোৱানজন ৰঞ্জিত যাদৱ বুলি জানিব পৰা গৈছে। BSFৰ মুখপাত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা কুকি দুষ্কৃতিকাৰীৰ
Read More...

শিলচৰৰ ৰামনগৰ বাইপাছৰ পেচাডহৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩জনকৈ যুৱক

নিউজ ডেস্ক, ৩ জুনঃ নিশা শিলচৰৰ ৰামনগৰ বাইপাছৰ পেচাডহৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ যুৱক৷ স্কুটাৰ-বাইকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয় ৷ মৃত যুৱককেইজন ৰোহন চৌধুৰী, চুয়েল খান, কুনাল কৰ ৷ আনহাতে দুৰ্ঘটনাত
Read More...

উৰিষ্যাৰ বালাচোৰৰ ৰে’ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত ৯০০ৰো অধিক যাত্ৰী

নিউজ ডেস্ক, ৩ জুনঃ উৰিষ্যাৰ বালাচোৰত ভয়ংকৰ ৰে'ল দুৰ্ঘটনা৷ ৰে'ল দুৰ্ঘটনাত মৃতকৰ সংখ্যা ২৮৮জনলৈ বৃদ্ধি, আহত হৈছে ৯০০ৰো অধিক ৰে'লযাত্ৰী৷ আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত৷ মালবাহী ৰে'লত খুন্দা চেন্নাইমুখী কৰমণ্ডল এক্সপ্ৰেছৰ৷
Read More...

কৰিমগঞ্জৰ একলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এটি ৮ বছৰীয়া শিশু

নিউজ ডেস্ক, ২ জুনঃ কৰিমগঞ্জৰ একলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। মছজিদলৈ গৈ থাকোঁতেই পুৱাই দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে এটি কণমানিয়ে। দ্ৰুতবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ'ল ৮ বছৰীয়া মুৰাদ উদ্দিন নামৰ শিশুটিৰ। আনহাতে দুৰ্ঘটনাত শিশুটিৰ দুই
Read More...

বৰপেটাৰোডত নিশা গুলীচালনাৰ ঘটনা

নিউজ ডেস্ক, ১ জুনঃ বৰপেটাৰোডত নিশা গুলীচালনাৰ ঘটনা। ষ্টেট বেংকৰ এটা CSP চেণ্টাৰত দুৰ্বৃত্তৰ গুলীচালনা। ধন দাবী কৰি দুই জাঁইকৈ গুলীচালনা কৰে দুৰ্বৃত্তই। ৩ লাখ টকা লুটৰ অপচেষ্টাৰে গুলীবৰ্ষণ দুৰ্বৃত্তৰ।স্বত্বাধিকাৰী শ্বাহ আলমে CSP বন্ধ
Read More...

ৰঙিয়াৰ চেপ্তিত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, ১ জুনঃ ৰঙিয়াৰ চেপ্তিত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত। SERS পাব্লিক স্কুলৰ বাছৰ সৈতে সংঘৰ্ষ এখন যাত্ৰীবাহী বাছৰ।দুৰ্ঘটনাত কথামপি প্ৰাণ ৰক্ষা যাত্ৰীসকলৰ। বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। বৰপেটা অভিমুখী আছিল
Read More...

উত্তৰাখণ্ডৰ হৰিদ্বাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা, দ খাৱৈত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ

নিউজ ডেস্ক, ৩১ মে'- উত্তৰাখণ্ডৰ হৰিদ্বাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৪১ জন যাত্ৰী কঢ়িয়াই অনা এখন বাছ ২০ মিটাৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত থিতাতে নিহত হয় শিশুসহ দুজন লোকে। হৰিদ্বাৰৰ চণ্ডী চ’কৰ পৰা প্ৰায় ২০০ মিটাৰ আগুৱাই নাজিবাবাদ অভিমুখে
Read More...

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, দলঙৰ পৰা খাৱৈত পৰিল যাত্ৰীভৰ্তি বাছ

নিউজ ডেস্ক, ৩০ মে'- জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। গভীৰ খাদত পৰি ১০ জন লোকৰ কৰুণ মৃত্যু। অমৃতসৰৰ পৰা কাটৰা অভিমুখী আছিল বাছখন। দুৰ্ঘটনাত ২০ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় বাসিন্দা আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান
Read More...