Daily Time Axom
Browsing Tag

Injured

গোৱালপাৰাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি, বন মাফিয়াৰ আক্রমণত নিহত বন বিভাগৰ এজন…

নিউজ ডেস্ক, ৩০ মে'- গোৱালপাৰাৰ কৃষ্ণাই শালপাৰা দৰাপাৰাত নিশা উত্তপ্ত পৰিস্থিতি। বন বিভাগৰ লোকক আক্রমণ চোৰাং কাঠ মাফিয়া আৰু একাংশ স্থানীয়ৰ। আক্রমণত নিহত বন বিভাগৰ এজন লোক। গুৰুতৰভাৱে আহত আন তিনিজন। চোৰাং কাঠ মাফিয়াৰ আক্ৰমণত নিহত বনকৰ্মী
Read More...

নিশা জালুকবাৰীত ভয়ংকৰ দুৰ্ঘটনা,দুৰ্ঘটনাত নিহত ৭জনকৈ যুৱক

নিউজ ডেস্ক, ২৯ মে'- নিশা মহানগৰীৰ জালুকবাৰীত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭জনকৈ ছাত্ৰ। ছাত্ৰকেইজনৰ স্কৰপিঅ' বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বলেৰ' পিকআপ ভানত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। নিহত
Read More...

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা, দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৪ মে'- জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু। শ্ৰমিক কঢ়িওৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনা। আনহাতে আহত হৈছে কেইবাগৰাকীও শ্ৰমিক। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে
Read More...

মাজুলীৰ অতিৰিক্ত উপায়ুক্তৰ বাহনৰ খুন্দাত নিহত সপ্তম শ্ৰেনীৰ ছাত্ৰ

নিউজ ডেস্ক, ১৯ মে'-মাজুলীৰ বৰগুৰি চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা৷ অতিৰিক্ত উপায়ুক্তৰ বাহনে মহটিয়ালে দুজনকৈ ছাত্ৰক৷ দুৰ্ঘটনাত অয়নজ্যোতি বণিয়া নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ থিতাতে মৃত্যু৷ মলয় নাথ নামৰ দশম শ্ৰেণীৰ ছাত্ৰজনো গুৰুতৰভাৱে আহত হয়৷
Read More...

ধেমাজিৰ বঙালমাৰীত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত

নিউজ ডেস্ক, ১৭ মে'- ৰাজ্যত পুনৰ এনকাউণ্টাৰ। এইবাৰ ধেমাজিৰ বঙালমাৰীত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত কেশৱ নাথ নামৰ ডকাইতটো। আক্ৰমণ কৰি পলাবলৈ লওঁতেই ডকাইতটোক গুলীয়ালে আৰক্ষীয়ে। উল্লেখ্য যে, ৪ মে’ত চুকাফা নগৰত
Read More...

ধলা-শদিয়া দলঙৰ সমীপত ভয়ংকৰ দুৰ্ঘটনা, ডাম্পাৰ-বলেৰ’ বাহনৰ মুখামুখি সংঘৰ্ষত নিহত মহিলাসহ দুজন

নিউজ ডেস্ক, ১৫ মে'-শদিয়াৰ ১১৫নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।ডাম্পাৰ-বলেৰ’ পিকআপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহিলাসহ দুজন লোক৷ ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুৰ সমীপত এই ঘটনা সংঘটিত হয়৷ সংকটজনক অৱস্থাত আহতসকলক
Read More...

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২বাইক আৰোহী

নিউজ ডেস্ক, ১৫ মে'- বিলাসীপাৰাৰ বাঙালীপাৰাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা |দুখন তীব্ৰবেগী বাইকৰ মুখামুখী সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত হয় দুই বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত হয় আন দুজন বাইক
Read More...

মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ ঘটনা, উৰণীয়া সেঁতুৰ কাম কৰি থকাৰ সময়তে বাগৰিল ক্ৰেন

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ ঘটনা৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উৰণীয়া সেঁতুৰ কাম কৰি থকাৰ সময়তে বাগৰিল ক্ৰেন। জালুকবাৰী অভিমুখী পথত সংঘটিত হয় এই ঘটনা। ৰড তুলি থকাৰ অৱস্থাত বাগৰি পৰিল ক্ৰেনখন। দুৰ্ঘটনাটোত গুৰুতৰভাৱে
Read More...

চিলাপথাৰত আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত

নিউজ ডেস্ক, ১১ মে'- পুনৰ এনকাউণ্টাৰ। এইবাৰ ধেমাজিৰ চিলাপথাৰত ডকাইতলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত হয় ডকাইত লখিন্দ্ৰ বাছফৰ৷ চিলাপথাৰৰ মিলনপুৰত মাজনিশা সংঘটিত হয় এই ঘটনা৷ ডকাইতৰ দলটোত আছিল ৩জন সদস্য৷ প্ৰথমে আৰক্ষীলৈ
Read More...

শোণিতপুৰত দুৰ্ঘটনাত পতিত মাজুলীৰ বিধায়ক ভূৱন গামৰ বাহন

নিউজ ডেস্ক, ৯ মে'- মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ বাহন দুৰ্ঘটনাগ্ৰস্ত৷ শোণিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়৷ বলেৰ' বাহনৰ খুন্দাত দুৰ্ঘটনাত পতিত হয় বিধায়কগৰাকী৷ বিধায়কগৰাকীৰ কিয়া কাৰ্নিভেল বাহনত প্ৰচণ্ড খুন্দা
Read More...