Daily Time Axom
Browsing Tag

Injured

মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা, নিহত শিশু মহিলাসহ ২২গৰাকীকৈ যাত্ৰী

নিউজ ডেস্ক, ৯ মে'- মধ্যপ্ৰদেশৰ খাৰগনত ভয়ংকৰ বাছ দুৰ্ঘটনা। দুৰ্ঘটনাত শিশু মহিলাসহ নিহত হয় ২২গৰাকীকৈ যাত্ৰী, আহত হৈছে ৩১ গৰাকী যাত্ৰী৷ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে যাত্ৰীসহ এখন বাছ ৷ দুৰ্ঘটনাত নিহতৰ আত্মীয়লৈ ৪লাখ টকাৰ সাহায্য
Read More...

কেৰালাত নিশা ভয়ংকৰ নাওঁ দুৰ্ঘটনা, পৰ্যটকৰ নাওঁ বুৰি ২১ জনৰ মৃত্যু

নিউজ ডেস্ক, ৮ মে'- কেৰালাত ভয়ংকৰ নাওঁ দুৰ্ঘটনাত ২১জনৰ মৃত্যু। কেৰালাৰ মল্লপুৰমৰ টনুৰত এখন নাওঁ দুৰ্ঘটনাগ্ৰস্ত হয়। নাওঁখনত আছিল প্ৰায় ৪০গৰাকী পৰ্যটক। সংকটজনক অৱস্থাত ৭জনক হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, দুৰ্ঘটনাটোত মৃত্যুবৰণ কৰা
Read More...

পুনৰ এনকাউণ্টাৰ, আৰক্ষীক আঘাত কৰি পলাবলৈ লোৱা ড্ৰাগছ সৰবৰাহকাৰীলৈ গুলীচালনা

নিউজ ডেস্ক, ৬ মে'- নগাঁৱৰ ধিঙত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলীচালনা।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে গুলীচালনা কৰে। ড্ৰাগছ ব্যৱসায়ীজনৰ আঠুৰ তলত লাগে গুলিটো। ধিং আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবুল হুছেইন। আৰক্ষীৰ অভিযানত
Read More...

জম্মু-কাশ্মীৰত বাসুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক, ৪ মে'- জম্মু-কাশ্মীৰত বাসুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। কিষ্টৱাৰ এলেকাৰ ঘন জংঘলত দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন।হেলিকপ্টাৰখনত আছিল ৩জনকৈ জোৱান। বেয়া বতৰৰ বাবে অঞ্চলটোত যোগাযোগ সেৱাই কাম কৰা নাছিল। দুৰ্ঘটনাটোৰ পিছতেই
Read More...

ধ্বংসস্তূপত পৰিণত হ’ল মহাৰাষ্ট্রৰ এটা অট্টালিকা, অট্টালিকা খহি ৩জনৰ মৃত্যু

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ ধ্বংসস্তূপত পৰিণত হ’ল মহাৰাষ্ট্রৰ এটা অট্টালিকা।অট্টালিকা খহি ৩জনৰ মৃত্যু, আহত হৈছে কেইবাজনো লোক। শনিবাৰে আবেলি মহাৰাষ্ট্ৰৰ ভিৱান্দিত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, অট্টালিকাটোৰ দ্বিতীয় মহলাত ৩ ৰ পৰা ৪ টা
Read More...

দুৰ্ঘটনাত পতিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্রী সংগীবৃন্দৰ বাহন

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ চামগুৰিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিশা লখিমপুৰৰ সংগীতানুষ্ঠানৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ইন'ভা বাহনখন। ভুল দিশেৰে আহি থকা ট্ৰাকৰ সৈতে বাহনখনৰ মুখামুখি
Read More...

দুৰ্ঘটনাত পতিত জনপ্ৰিয় সংগীতশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ চামগুৰিত দুৰ্ঘটনাগ্ৰস্ত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ বাহন। নিশা অনুষ্ঠান পৰিৱেশন কৰি ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।নলবাৰীত এক সংগীতানুষ্ঠান শেষ কৰি শিৱসাগৰ অভিমুখে আহি আছিল শিল্পীগৰাকী। এখন যাত্ৰীবাহী টেম্পুৰ সৈতে
Read More...

হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল, এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ হাৰিয়ানাত ভাগি পৰিল তিনি মহলীয়া ধান বনা কল।হাৰিয়ানাৰ কৰ্ণালত পুৱতি নিশা ৩-৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ধান বনা কল খহি পৰাৰ ফলত এই পৰ্যন্ত ৪ জন শ্ৰমিকৰ মৃত্যু হৈছে। আনহাতে ২০ জন লোক আঘাতপ্ৰাপ্ত আৰু বহু লোক আৱদ্ধ হৈ
Read More...

মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত ১৩জনৰ মৃত্য

নিউজ ডেস্ক, ১৫ এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে এখন বাছ। দুৰ্ঘটনাত ১৩জনৰ মৃত্য আৰু আহত হয় ২৫জনৰো অধিক যাত্ৰী। বাছখনত প্ৰায় ৪০গৰাকী যাত্ৰী আছিল। জানিব পৰা মতে, শুকুৰবাৰে নিশা খাণ্ডালা আৰু
Read More...

ম্যানমাৰৰ বিদ্ৰোহী শিবিৰত সেনাৰ আক্ৰমণ, নিহত কমেও ৫০ জন বিদ্ৰোহী

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ ম্যানমাৰৰ বিদ্ৰোহী শিবিৰত সেনাৰ আক্ৰমণ। নিহত হৈছে কমেও ৫০ জন বিদ্ৰোহী। ছাগায়িং অঞ্চলৰ কানবালু অঞ্চলত আকাশমাৰ্গেৰে আক্ৰমণ। এই আক্ৰমণত আহত হৈছে কেইবাশতাধিক লোক। বিৰোধী শিৱিৰৰ কাৰ্যালয় মুকলি অনুষ্ঠানৰ সময়তে বিমানেৰে
Read More...