নিশা বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা ! থিতাতে নিহত ২জনকৈ লোক
নিউজ ডেস্ক, ১৮ মাৰ্চঃ বোকাজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ দুৰ্ঘটনাত দুজনৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন দুজনক হাস্পতালত ভৰ্তি। ডিমাপুৰলৈ গৈ থকা পথত টয়টা ফৰচুনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ দাঁতিৰ গছত। ফলত থিতাতে মৃত্যুক!-->…
Read More...
Read More...