Daily Time Axom
Browsing Tag

International

নাৰী উন্নতি, নাজিৰাৰ উদ্যোগত গেলেকীত বিনামূলীয়া মহিলা স্বাস্থ্য পৰীক্ষা আৰু কৰ্কট ৰোগৰ সজাগতা শিবিৰ

ONGC (অসম সম্পদ)ৰ সামাজিক দয়বদ্ধতা CSR বিভাগৰ সহযোগত এই সজাগতা শিবিৰ অনুস্থিত কৰা হয় নাজিৰাৰ এটি আগশাৰীৰ সংস্থা হৈছে নাৰী উন্নতি | বিগত সময়ত বিভিন্ন সামাজিক কাম কৰি সামাজিক দায়বদ্ধতা অটুট ৰাখি আজি নাজিৰাৰ গেলেকীত এক বিনামূলীয়া মহিলা
Read More...

মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰৰ অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে যুৱ মৰ্চাৰ প্ৰতিবাদ

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ঙ্ক খৰ্গেৰ বিৰুদ্ধে ভাৰতীয় জনতা যুৱ মৰ্চাই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সামাজিক মাধ্যম এক্সৰ জড়িয়তে অসমৰ জাগীৰোডত স্থাপিত হোৱা চেমিকন্দাক্টৰ
Read More...

ডিব্ৰুগড়ৰ কৃত্ৰিম বান ৰোধৰ বাবে নতুন পদক্ষেপৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে!

চহৰখনৰ নলা-নৰ্দমা চাফা কৰি ৰখাৰ বাবে ডিব্ৰুগড় পৌৰ নিগমৰ পাঁচখন মিনি ছুপাৰ ছাকাৰ আজি মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিখন ছুপাৰ ছাকাৰৰ সৈতে থাকিব তিনিটাকৈ ডাম্প টেংক। ইয়াৰ যোগেদি সৰু সৰু পথৰো নলা-নৰ্দমা চাফা কৰাটো
Read More...

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড’ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী…

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা ১ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া মেক্সিকোৰ
Read More...

ONGC (L)ৰ বিৰুদ্ধে এঘণ্টীয়া অৱস্থান ধৰ্মঘট ৮ টাকৈ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ

✏️শিৱসাগৰ নগৰৰ ড০ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত ONGCয়ে বিদেশী প্ৰতিষ্ঠানক লাভজনক খনন ৰিগ্‌ ঠিকা ভিত্তিক ভাৱে গতাই দিয়াৰ কাৰ্য প্ৰত্যাহাৰৰ দাবীত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন দেশৰ নৱৰত্ন উদ্যোগ হিচাপে
Read More...

KANCO TEA & INDUSTRIES LIMITEDত শান্তি পূৰ্ণ ভাৱে বনাচ প্ৰদান চাহ শ্ৰমিকক

মেকিপুৰ বাগিচাত ১৫.৫ শতাংশ বনাচ প্ৰদান, বাকী ৫ শতাংশ বনাচ ফাগুৱা উৎসৱত শ্ৰমিকক প্ৰদান কৰা হ'ব ৰাজ্যৰ শেহতীয়া পৰিস্থিতিকলৈ আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে চাহ বাগিচা মালিক কৰ্তৃপক্ষ | এফালে চৰকাৰৰ GSTৰ মাধমাৰ, আনফালে বহুজাতিক
Read More...

এ ডি আই জি আৰু টিচ্চমিণ্টৰ দ্বাৰা আয়োজিত টিচ্চটক্স স্কুল এক্সেলেন্স প্ৰগ্ৰেমত অংশগ্ৰহণ ৫০ খনতকৈও…

গুৱাহাটীৰ হোটেল অতিথিত এ ডি আই জি আৰু টিচ্চমিণ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা বিদ্যালয় উৎকৃষ্টতা কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০খনতকৈও অধিক বিদ্যালয়ে অংশগ্ৰহণ কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল বিদ্যালয়ৰ পাঠদানৰ মান উন্নত কৰাৰ বাবে
Read More...

দেশত নিবনুৱাৰ হাৰ হ্ৰাস পোৱা নাই, চৰকাৰী সমীক্ষা

দেশত নিবনুৱা সমস্যা হ্ৰাস পোৱা নাই। ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশত নিবনুৱাৰ সংখ্যা ৩.২ শতাংশ। দেশৰ বিভিন্ন খণ্ডত নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। চৰকাৰৰ এই সমীক্ষাৰ পৰা স্পষ্ট হৈ পৰিছে যে দেশৰ অধিকাংশ শিক্ষিত সমাজ এতিয়াও নিবনুৱা সমস্যাত ভুগি
Read More...

মৈৰাবাৰীত আটক দুজন চাইবাৰ অপৰাধী

মৈৰাবাৰী আৰক্ষীয়ে পুনৰ আটক কৰে দুজনকৈ চাইবাৰ অপৰাধীক। মৈৰাবাৰী আৰক্ষীৰ চাইবাৰ বিৰোধী অভিযান অব্যাহত। দুদিন পূৰ্বে মৈৰাবাৰী,তাঁতীকটা আৰু গায়নগাঁৱৰ পৰা ছয় জনকৈ চাইবাৰ অপৰাধত জড়িত লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে যোৱা নিশা পুনৰ দুজনকৈ লোকক
Read More...

কচুৱাৰ জুৰিৰপাৰত নৈশ কাবাডী খেল প্ৰতিযোগিতা সম্পন্ন

নগাঁও জিলাৰ কচুৱাৰ জুৰিৰপাৰত জুৰিৰপাৰ যুৱ মঞ্চৰ উদ্যোগত এককালীন নৈশ কাবাডী খেল প্ৰতিযোগিতাৰ আয়োজন কৰে। শুকুৰবাৰে নিশা অনুষ্ঠিত হয় উক্ত খেলখন। ১২খন দলে অংশগ্ৰহণ কৰা উক্ত খেলখনত  নগাঁও এল ডি চি কাবাডী দল বনাম ডুন জুৰিৰপাৰ কাবাডী দলৰ
Read More...