পুনৰ তিনিচুকীয়াত গুলীয়াগুলী, সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলীত আহত এজন সাধাৰণ লোক
নিউজ ডেস্ক, ২১ ডিচেম্বৰঃ পুনৰ তিনিচুকীয়াত সেনা-উগ্ৰপন্থীৰ মাজত গুলীয়াগুলী। সেনা-উগ্ৰপন্থীৰ গুলীয়াগুলীত আহত এজন সাধাৰণ লোক। ডিগবৈ-পেঙেৰী পথৰ ঢেকীয়াজানত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পাছতেই সেনাই অঞ্চলজুৰি তীব্ৰতৰ কৰিছে অভিযান। পথটোৰে বন্ধ কৰি!-->…
Read More...
Read More...