ইৰাকত বিবাহ অনুষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড, শতাধিক লোকৰ মৃত্যু
নিউজ ডেস্ক, ২৭ চেপ্তেম্বৰঃ ইৰাকৰ বিবাহ অনুষ্ঠানত ভয়ংকৰ অগ্নিকাণ্ড। ইৰাকৰ অল-হমদানিয়া জিলাত এই শোকাৱহ ঘটনা। এখন বিৱাহ অভ্যৰ্থনা অনুষ্ঠানত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ১১৫জনতকৈয়ো অধিক লোকৰ মৃত্যু য়। আনহাতে আহত হৈছে প্ৰায় ডেৰ শতাধিক লোক।!-->…
Read More...
Read More...