Daily Time Axom
Browsing Tag

ISRO

হৃদৰোগত আক্ৰান্ত হৈ চেন্নাইত আকস্মিক মৃত্যু ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ

নিউজ ডেস্ক, ৪ চেপ্তেম্বৰঃ ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ দেহাৱসান। চন্দ্ৰযান-৩ উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰ আছিল এন ৱালাৰমাথিৰ।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ চেন্নাইত আকস্মিক মৃত্যু হয় বিজ্ঞানীগৰাকীৰ। ৰকেট উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰৰ
Read More...

আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1

নিউজ ডেস্ক, ২ চেপ্তেম্বৰঃ চন্দ্ৰ বিজয়ৰ পাছত এইবাৰ সূৰ্যৰ দিশে ভাৰত। আজি ISROৱে আৰম্ভ কৰিব প্ৰথমটো সূৰ্য মিছন ADITYA L-1।দিনৰ ১১ বাজি ৫০ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব মহাকাশ যানখন। ISROৱে
Read More...

প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুত মাটিৰ উষ্ণতা পৰীক্ষা কৰিলে ৰ’ভাৰ প্ৰজ্ঞানে

নিউজ ডেস্ক, ২৮ আগষ্টঃ ইতিহাসত প্ৰথমবাৰৰ বাবে চন্দ্ৰৰ দক্ষিণ মেৰুৰ মাটিৰ নমুনা পৰীক্ষা কৰা হৈছে। ভাৰতৰ চন্দ্ৰযান-৩ৰ অংশ ৰ'ভাৰ প্ৰজ্ঞানে ইতিমধ্যে চন্দ্ৰৰ মাটিত কাম আৰম্ভ কৰিছে। সেই অভিযানতেই চন্দ্ৰপৃষ্ঠৰ গভীৰত প্ৰৱেশ কৰি প্ৰথমবাৰৰ বাবে মাটিৰ
Read More...

২৩ আগষ্টৰ দিনটোক National Space Day হিচাপে পালন কৰা হ’বঃ ISROত উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ ঘোষণা

নিউজ ডেস্ক, ২৬ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিদেশ যাত্ৰাৰ পৰা উভতি অহাৰ পিছত বেংগালুৰুত উপস্থিত হয়।বিমানবন্দৰৰ পৰা পোনে পোনে ইছৰ’ৰ মুখ্য কাৰ্যালয়লৈ ৰাওনা হয়। ISROৰ মুখ্য কাৰ্যালয়ত চন্দ্ৰযান–৩ অভিযান সফল কৰা বিজ্ঞানীসকলৰ
Read More...

ISRO ৰ চাৰি বিজ্ঞানীৰ সফলতা

নিউজ ডেস্ক, ২৪ আগষ্টঃ জোনবাইৰ দেশত অৱতৰণ কৰি ইতিহাস ৰচিলে ভাৰতে। সফল হ’ল চন্দ্ৰযান-৩ৰ অৱতৰণ। ভাৰতৰ শ্ৰী হৰিকোটাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISROৰ বিজ্ঞানীসকলে গৌৰৱান্বিত কৰিলে প্ৰতিজন ভাৰতীয়ক। চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন
Read More...

আজি ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে

নিউজ ডেস্ক, ১৪ জুলাইঃ আজি দুপৰীয়া ২-৩৫ বজাত মহাকাশলৈ যাত্ৰা কৰিব চন্দ্ৰযান-৩য়ে। শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব চন্দ্ৰযান-৩খন। এই ঐতিহাসিক অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO।এই শুভক্ষণৰ বাবে চন্দ্ৰযান-৩
Read More...

ইছৰোৰ ঐতিহাসিক সফলতা, চন্দ্ৰ আৱিষ্কাৰ কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিলে ভাৰতে

নিউজ ডেস্ক, ১৯ অক্টোবৰঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ভাৰতলৈ বহু সাফল্য কঢ়িয়াই আনিছে। এতিয়া ভাৰতে আন এক গৌৰৱান্বিত সন্মানত উপনীত হৈছে। জানিব পৰা মতে চন্দ্ৰত প্ৰথমবাৰৰ বাবে ছডিয়াম আৱিষ্কাৰ হৈছে। সেইটোও ইছৰোৰ সৌজন্যত। ইছৰোৰ এই আৱিষ্কাৰৰ
Read More...