Daily Time Axom
Browsing Tag

Jammu&Kashmir

কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ, সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ…

নিউজ ডেস্ক, ৫ আগষ্টঃ দক্ষিণ কাশ্মীৰৰ কুলগামত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়াৱহ সংঘৰ্ষ। সংঘৰ্ষত ছহিদ হয় সেনা-আৰক্ষীৰ ৩জন জোৱান। দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ হালান বনাঞ্চলৰ এটা অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতেই
Read More...

জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৩১ মে'- জম্মু-কাশ্মীৰত আটক ৩টাকৈ সন্ত্ৰাসবাদী। পুঞ্চ খণ্ডৰ নিয়ন্ত্ৰণৰেখাত আটক সন্ত্ৰাসবাদীকেইটাক। ভাৰতীয় সেনাই আটক কৰে সন্ত্ৰাসবাদীকেইটাক। প্ৰথমে দুয়ো পক্ষৰ মাজত হয় গুলীয়াগুলী। সন্ত্ৰাসবাদীৰ গুলীত আহত এজন ভাৰতীয় সেনা।
Read More...

জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, দলঙৰ পৰা খাৱৈত পৰিল যাত্ৰীভৰ্তি বাছ

নিউজ ডেস্ক, ৩০ মে'- জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা। গভীৰ খাদত পৰি ১০ জন লোকৰ কৰুণ মৃত্যু। অমৃতসৰৰ পৰা কাটৰা অভিমুখী আছিল বাছখন। দুৰ্ঘটনাত ২০ জনকৈ লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় বাসিন্দা আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান
Read More...

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা, দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্ক, ২৪ মে'- জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা। দ খাৱৈত বাহন বাগৰি ৭ জনৰ কৰুণ মৃত্যু। শ্ৰমিক কঢ়িওৱা বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় দুৰ্ঘটনা। আনহাতে আহত হৈছে কেইবাগৰাকীও শ্ৰমিক। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে
Read More...

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত এজন সন্ত্ৰাসবাদী

নিউজ ডেস্ক, ৬ মে'- জম্মু-কাশ্মীৰৰ ৰাজৌৰীত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হয় এজন সন্ত্ৰাসবাদী। শনিবাৰে পুৱা ৰাজৌৰী জিলাত নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদীৰ উপস্থিতি জানিব পাৰি গুলীচালনা কৰে৷ উল্লেখ্য যে, শুকুৰবাৰে জম্মু-কাশ্মীৰৰ
Read More...

পুনৰ জম্মু-কাশ্মীৰত দুজনকৈ বীৰ জোৱান শ্বহীদ

নিউজ ডেস্ক, ৫ মে'- পুনৰ জম্মু-কাশ্মীৰত বীৰ জোৱান শ্বহীদ। শুকুৰবাৰে পুনৰ জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ শ্বহীদ হ'ল সেনাৰ দুজনকৈ জোৱান। সন্ত্ৰাসবাদীৰ আক্ৰমণত সেনাৰ এজন বিষয়াৰ লগতে আন ৩জন জোৱান আঘাতপ্ৰাপ্ত হয়।
Read More...

জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীক উদ্দেশ্যি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ, নিহত এজন নিৰাপত্তাৰক্ষী

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীক উদ্দেশ্যি সন্ত্ৰাসবাদীৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত নিহত সঞ্জয় শৰ্মা নামৰ নিৰাপত্তাৰক্ষীগৰাকী। দক্ষিণ কাশ্মীৰ জিলাত সংঘটিত হৈছে এই ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে
Read More...

আজি ১৪ ফেব্ৰুৱাৰী, সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত ৪০গৰাকী CRPFৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, ১৪ ফেব্ৰুৱাৰীঃ আজি পুলৱামা আক্ৰমণৰ ৪টা বছৰ সম্পূৰ্ণ। সন্ত্ৰাসবাদীৰ আক্ৰমনত নিহত ৪০গৰাকী CRPFৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি। ২০১৯ চনৰ আজিৰ দিনটোতে পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হৈছিল ৪০জন বীৰ জোৱানৰ। আজি সমগ্ৰ ভাৰতে
Read More...

জম্মু-কাশ্মীৰৰ কুপৱাৰাত ভয়ংকৰ ঘটনা, দ খাৱৈত পৰি নিহত ২জন সৈনিকসহ এজন সেনা বিষয়া

নিউজ ডেস্ক, ১১ জানুৱাৰী: জম্মু-কাশ্মীৰৰ কুপৱাৰাত ভয়ংকৰ ঘটনা। দ খাৱৈত পৰি নিহত ২জন সৈনিকসহ এজন সেনা বিষয়া।এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ') আৰু আন দুজন সেনা জোৱানে কুপৱাৰাৰ মাচাল চেক্টৰত নিয়মীয়া অভিযান চলাই থকাৰ সময়তে তেঁওলোকৰ বাহনখন
Read More...

পুনৰ জম্মু কাশ্মীৰত হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ

নিউজ ডেস্ক, ২ জানুৱাৰীঃ পুনৰ জম্মু কাশ্মীৰত হিন্দুৰ ওপৰত ভয়াৱহ আক্ৰমণ সন্ত্ৰাসবাদীৰ। ৪জন লোকক গুলীয়াই হত্যা সন্ত্ৰাসবাদীৰ। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে ৭জনকৈ লোক৷ ৰাজৌৰীৰ আপাৰ দাংৰি গাঁৱত এই ঘটনা সংঘটিত হৈছে৷ তিনিটাকৈ বাসগৃহত
Read More...