ৰাজ্যত ভয়াৱহ গতিত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজ
নিউজ ডেস্ক, ১২ জুলাইঃ বানৰ সংহাৰৰ পিছতেই ৰাজ্যত ভয়াৱহ গতিত বৃদ্ধি পাইছে মাৰাত্মক জাপানীজ এনকেফেলাইটিজ ৰোগ। ৰাজ্যত সোমবাৰে এই ৰোগত প্ৰায় ১২জন লোক নতুনকৈ আক্ৰান্ত হয় আৰু দুজন লোকৰ এই ৰোগত মৃত্যু হয়।
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে (এনএইচএম) এক!-->!-->!-->…
Read More...
Read More...