পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান, গুৱাহাটীৰ গুঞ্জন সিনহাই জিনিলে ঝলক দিখলা জা ১০ৰ খিতাপ
নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ গুৱাহাটীৰ ৮ বছৰীয়া গুঞ্জন সিনহাক কালাৰ্চত প্ৰচাৰিত নৃত্যৰ ৰিয়েলিটি শ্ব’ ‘ঝলক দিখলা জা ১০’ৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়। গুঞ্জন সিনহাই ট্ৰফী আৰু ২০ লাখ টকাৰ এখন চেক লাভ কৰে।
এই শ্বটোৰ বিচাৰক আছিল বলীউডৰ!-->!-->!-->…
Read More...
Read More...