Daily Time Axom
Browsing Tag

Jorhat Police

যোৰহাটত কৰুণ ঘটনা, ৭৫ বছৰীয়া বৃদ্ধাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২ অক্টোবৰঃ যোৰহাটত কৰুণ ঘটনা।যোৰহাটৰ বাহনাৰ ধৌৱাপুখুৰী গাঁৱত মানৱতাক জোকাৰি যোৱা এক ঘটনা।বিদেশ আৰু বহিঃৰাজ্যত কৰ্মৰত দুই পুত্ৰৰ ৭৫ বছৰীয়া মাতৃৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ। মৃত বৃদ্ধাগৰাকীৰ নাম অনুপমা দত্ত। জানিব পৰা মতে,
Read More...

যোৰহাটত অপহৰণ কাণ্ড! অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক অপহৰণ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ যোৰহাটত চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ চহৰৰ মাজমজিয়াৰ পৰা এজন যুৱকক অপহৰণ৷ ৰে'লৱে ষ্টেচনৰ সমীপৰ পৰা অপহৰণ অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক ৷ অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে দাবী কৰিছে ৫০ লাখ টকা৷ এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ
Read More...

যোৰহাট কাণ্ডৰে জড়িত ডকাইতক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ দ্বিতীয়জন অভিযুক্ত ৰাজেশ চাহু ওৰফে ৰাহুল চাহুলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ৰাজেশক ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। লামডিঙৰ পৰা যোৰহাট
Read More...

যোৰহাটৰ এ টি ৰোডত গুলীচালনা, গুৰুতৰভাৱে আহত এজন লোক

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ যোৰহাটৰ এ টি ৰোডত দুৰ্বৃত্তৰ গুলীচালনা। মাৰোৱাৰীপট্টিত নিশাৰ ভাগত সংঘটিত এই ঘটনা। নেৱাল চান্দ ৰামকিষ্ণণ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত এই ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্বৃত্তক কৰায়ত্ত । গুলীচালনাত
Read More...