জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CBIক অৰ্পণ, নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষকক বদলি
নিউজ ডেস্ক, ২০ মে'- জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত CID ৰ পৰা CBIক অৰ্পণ। CBIক তদন্ত দিবলৈ অনুৰোধ জনাইছিল আৰক্ষী সঞ্চালকপ্ৰধানে। লগতে পৰিয়ালে বিচাৰিলে CBI তদন্তৰ দিয়াৰ কথা কৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তদুপৰি নগাঁও আৰু লখিমপুৰৰ!-->!-->!-->…
Read More...
Read More...