কাৰ্গিলত ভয়ংকৰ বিস্ফোৰণ, নিহত ৩, আহত ১১ জন
নিউজ ডেস্ক, ১৯ আগষ্টঃ লাডাখৰ কাৰ্গিল জিলাত ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ৩ জন লোক নিহত হোৱাৰ উপৰিও প্ৰায় ১০ জন লোক আহত হৈছে।আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক।
শুকুৰবাৰে এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ!-->!-->!-->…
Read More...
Read More...